নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নির্জীৱ জীৱন

🔹 ড০ পার্থসাৰথি মহন্ত মানুহৰ জীৱন দুটা– এটা দেখা পায়, জুখিব পাৰি– আনটো অকথিত, নীৰৱে ৰৈ থাকে৷ বেছিভাগ মানুহেই প্রথমটোৰ লগত জীয়াই থাকে, দ্বিতীয়টোক ভালকৈ লগেই নাপায়৷ জীৱন প্রত্যেকেই উদযাপন কৰিব নোৱাৰে৷ অনেকৰে জীৱন শেষ হয় অনুশোচনাত৷ কিছুমান…

IPL-ত আজি সমুখসমৰত গুজৰাট বনাম মুম্বাই

আইপিএল ২০২৬ৰ ৩০সংখ্যক লীগ খেলখন আজি সোমবাৰে (২০ এপ্ৰিল) গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব। আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই খেলখনত দুয়ো দলেই গুৰুত্বপূৰ্ণ জয়ৰ লক্ষ্য লৈ নামিব। হাৰ্দিক…

বৰপেটাত জুৱাবিৰোধী অভিযান আৰক্ষীৰ, ১০ জুৱাৰী গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল : বৰপেটা জিলাত জুৱাৰ প্ৰচলন বৃদ্ধি পোৱাৰ মাজতে আৰক্ষীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান। জিলাখন জুৱাৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে প্ৰায় প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে জুৱাৰী। এই ধাৰাবাহিক অভিযানৰ অংশ…

ছত্তিশগড়ত বিমান দুৰ্ঘটনা, গছত খুন্দিয়াই বিধ্বস্ত এয়াৰক্ৰাফট

ছত্তিশগড়ৰ জশপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰতনপাহলি জংঘল অঞ্চলত এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। গছত খুন্দিয়াই এখন এয়াৰক্ৰাফ্ট বিধ্বস্ত হোৱা বুলি খবৰ পোৱা গৈছে। খবৰ অনুসৰি, খুৰাছাগাৰহা গাঁৱৰ ওচৰত উদ্ধাৰ অভিযান চলি থকাৰ সময়তে জংঘল অঞ্চলত এই…

লাডাখত কৰ্মৰত অসমৰ জোৱানৰ অকাল মৃত্যু

শিৱসাগৰ জিলাৰ ১নং চিন্তামণি গাঁও নিৱাসী কমল বৰুৱাৰ কনিষ্ঠ পুত্ৰ তথা ভাৰতৰ জম্মু-কাশ্মীৰ লাডাখত সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) জোৱান হিচাপে কৰ্মৰত ৰমেন বৰুৱা (৩৫)ৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। পৰিয়ালৰ সুত্ৰই জনোৱা মতে লাডাখত ডাঠ বৰফৰ বাবে…

শিমলীতোলা নগৰবেৰা ৰাজপথত পুখুৰীসদৃশ গাঁত, যাতায়াতত আহুকাল

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৯ এপ্ৰিল : শেহতীয়াকৈ গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ শিমলীতোলা অঞ্চলৰ গেৰুৱা তিনিআলিৰ পৰা নগৰবেৰা সংযোগী পথৰ মেধিপাৰা গাঁৱলৈ প্ৰায় তিনি কিলোমিটাৰ সদাব্যস্ত ৰাজপথক লৈ ৰাইজ, পথচাৰী বিবুধিত পৰিছে | একেৰাহে কেইবাবছৰ ধৰি…

জাপানত ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি, ছুনামিৰ সতর্কবাণী জাৰি

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল : এক শক্তিশালী ভূমিকম্পৰ জোকাৰণিৰ পিছতে পুনৰ আতংক বিৰাজ কৰিছে জাপানত। ৰিখটাৰ স্কেল অনুসৰি ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই সোমবাৰে (২০ এপ্ৰিল) জাপানত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰে। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল প্ৰশান্ত…

সমষ্টি পুনৰ নির্ধাৰণে ভূমিপুত্রক অসমত ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিছে

অসমৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াক লৈ কংগ্রেছসহ বিৰোধীয়ে চলোৱা অপপ্রচাৰৰ প্রত্যুত্তৰ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সন্দর্ভত তেওঁ তীব্র প্রতিক্রিয়া ব্যক্ত কৰে৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘Gerrymandering’…

৮ বছৰীয়া অপেক্ষাৰ অন্তত চাঞ্চল্যকৰ অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল : অৱশেষত নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে চাঞ্চল্যকৰ অভি-নীল হত্যাকাণ্ড গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰিলে। ৮ বছৰীয়া অপেক্ষাৰ অন্তত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিলে নগাওঁ জিলা সত্ৰ ন্যায়াধীশ আদালতে। নগাঁও…

আমেৰিকাত বন্দুকধাৰীৰ সন্ত্ৰাস, আততায়ীৰ গুলীচালনাত ৮ শিশুৰ মৃত্যু

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল : আমেৰিকাত বন্দুকধাৰীৰ গুলীত মৃত্যু হৈছে আঠটি শিশুৰ। নিহত শিশুকেইটিৰ বয়স ১ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰত। দেওবাৰে পুৱা (স্থানীয় সময় অনুসৰি) এই ঘটনা সংঘটিত হয় লুইজিয়ানা প্রদেশৰ শ্ৰিভপোৰ্ট চহৰত। আৰক্ষীৰ গুলীত ইতিমধ্যে…