ব্ৰিটিছৰ দিনৰ স্বাস্থ্য বিভাগৰ বাসগৃহ ৰূপান্তৰিত হ’ব সৃষ্টিৰ কঠীয়াতলীলৈ
নগাঁওবাসীৰ বাবে সুখৰ বতৰা কঢ়িয়াই ডেৰশ বছৰীয়া ঐতিহ্য সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ পদক্ষেপত প্ৰাণ পাই উঠিব ডেৰশ বছৰীয়া এক গুৰুত্বপূৰ্ণ ঐতিহ্য।
উল্লেখ্য যে ব্ৰিটিছৰ দিনতে নগাঁও চহৰৰ মাজেৰে বৈ…