গোসাঁই বিহুৰ দিনাই গুৱাহাটীৰ লাচিত নগৰত চাঞ্চল্য
গোসাঁই বিহুৰ দিনা পুৱাৰ ভাগতেই গুৱাহাটী মহানগৰীৰ লাচিত নগৰ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নামঘৰৰ গ্ৰিল চুৰি কৰিবলৈ অহা এজন চোৰক বাধা প্ৰদান কৰিবলৈ গৈ গুৰুতৰভাৱে আহত হয় ৰোহিত দাস নামৰ এজন যুৱক।
জানিব পৰা মতে, পুৱাৰ ভাগতেই নামঘৰৰ গ্ৰিল…