শ্ৰীভূমি জিলাত অব্যাহত পুনৰ ভোটগ্ৰহণ, কঠোৰ নিৰাপত্তা
শ্ৰীভূমি জিলাৰ এটা ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ চলি আছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯নং বেবীলেণ্ড উচ্চ ইংৰাজী স্কুলত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অব্যাহত আছে।
উল্লেখযোগ্য যে ৯ তাৰিখে অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ত এই ভোটকেন্দ্ৰটোত বুথ…