নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভোটকেন্দ্রৰ সন্মুখত প্ৰতিবাদ অনুৰাগীৰ

সমগ্র ৰাজ্যতে আজি ৰাইজে পূৱাৰ পৰা ভোট দান কৰিছে। ভোটাৰ ৰাইজে নিজৰ পচন্দৰ প্ৰাৰ্থী জনক ইভিএমৰ জৰিয়তে আশীর্বাদ প্ৰদান কৰিছে। এনে পৰিবেশত লখিমপুৰত দেখা গল এক ব্যতিক্রমী দৃশ্য পট। ভোট কেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নহয়। জুবিন গাৰ্গৰ…

বিধানসভা নিৰ্বাচনত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ সৈতে গড়লৰ এটা ভোটকেন্দ্ৰত জালুকবাৰী বিধানসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল আৰু কন্যা সুকন্যাৰ সৈতে গড়লৰ এটা ভোট…

চতিয়াৰ দলাপানী ভোটগ্ৰহণ কেন্দ্ৰত পোলিং বিষয়াৰ মৃত্যু

নিয়মীয়া বাৰ্তা, চতিয়া, ৯ এপ্ৰিল : নদুৱাৰ সমষ্টিৰ ২৩০নং দলাপানী ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ পূৰ্বে এজন পলিং বিষয়াৰ মৃত্যু ঘটে ৷ মৃত্যু হোৱা পলিং বিষয়াগৰাকী ৰঙাপৰাৰ দপদপী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱেন হ’ৰ বুলি জানিব পৰা গৈছে ৷…

দিল্লীৰে ৰোমাঞ্চকৰ মেচত জিকিও জৰিমনাৰ সন্মুখীন শুভমন গিল

বুধবাৰে অনুষ্ঠিত এক ৰোমাঞ্চকৰ খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ১ ৰানত পৰাস্ত কৰে। গুজৰাটৰ তিনিজন বেটছমেনে অৰ্ধশতক অৰ্জন কৰাৰ ফলত দলটোৱে ২১০ ৰানৰ ডাঙৰ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দিল্লীৰ হৈ কেল এল ৰাহুল (৯২) আৰু পাথুম নিশাংকাই (৪১)…

দিছপুৰ সমষ্টিত ভোটদান গৰিমা শইকীয়া গাৰ্গৰ

অসম বিধানসভা নিৰ্বাচন ২০২৬ উপলক্ষে গৰিমা শইকীয়া গাৰ্গে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। তেওঁ গুৱাহাটীৰ কাহিলিপাৰাৰ ভগদত্তপুৰ অঞ্চলস্থিত ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনভগ্নী ড০ পালমী…

কাৰ পক্ষে জনতা জনাৰ্দনৰ ৰায়, অব্যাহত ভোটদান

প্ৰায় বিশটা দিনৰ মেগা নিৰ্বাচনী প্ৰচাৰৰ শেষত আজি আহিল সেই আকাংক্ষিত দিনটো। শাসকীয় গোটৰ এজেণ্ডাক ৰাইজৰ মাজত তুলি ধৰাৰ বিপৰীতে বিৰোধীয়ে নিজৰ নিজৰ লক্ষ্যৰে ৰাইজৰ মাজলৈ গল। ৰাইজৰ মাজত ৰাখিলে নিজৰ ভিজন। আৰু সেই সকলো কথা বিচাৰ কৰি আজি ৰাইজ ওলাই…

কাইলৈ HSLC-2026-ৰ ফলাফল ঘোষণা!

মেট্ৰিক পৰীক্ষা ২০২৬ৰ ফলাফল কাইলৈ (১০ এপ্ৰিল) ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ৰণোজ পেগুৱে। আজি নিজৰ সমষ্টি ধেমাজিত ভোটদান কৰাৰ পাছতে তেওঁ এই কথা প্ৰকাশ কৰে তেওঁ জনায় কয়, “মই জনামতে HSLC পৰীক্ষা ২০২৬ৰ ফলাফল সাজু হৈ আছে। আৰু…

ঘগ্রাপাৰত ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেলৰ বিহু কৰ্মশালাৰ সামৰণি

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসমীয়াৰ স্বাভিমান জাতিৰ দাপোন বহাগ বিহুক আদৰিবলৈ গ্ৰামাঞ্চলৰ ৰাইজ সাজু হৈছে। বিহু নৃত্য, বিহু নামৰ আখৰা আৰম্ভ হৈছে। বিহু নৃত্য আখৰাৰ বাবে ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ…

লখিমপুৰত ভোটদান কৰি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক শুভেচ্ছা মানৱ ডেকাৰ

আজি ৰাজ্য জুৰি চলিছে ভোট গ্রহণ। প্ৰায় পষেক জুৰি চলা প্ৰচাৰ অভিযানৰ পাছত আজি ৰাইজে মতদান কৰিছে ইভিএমৰ  জৰিয়তে। পূৱাবেলা বতৰ প্ৰতিকূল যদিও ভোটাৰ ৰাইজ তাৰ মাজতে উৎসাহেৰে ওলাই আহি ভোটদান কৰে। প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলেও শুভ ক্ষণ চাই…

অসমত ৭ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটগ্ৰহণ, ভোটকেন্দ্ৰত দীঘলীয়া শাৰী ভোটাৰৰ

ডিজিটেল ডেস্ক, ৯ এপ্রিল : শাসক–বিৰোধীৰ মাৰাথন প্রচাৰ অভিযানৰ পাছত আজি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিত গণতন্ত্রৰ উৎসৱ৷ অহা ৫ বছৰত ৰাজ্যৰ ক্ষমতা কাৰ হাতলৈ যায়, তাৰ জনাদেশ দিব ভোটাৰ ৰাইজে৷ স্বচ্ছ–নিকা–সুৰক্ষিত ভোটগ্রহণ তথা সমগ্র নির্বাচনী…