গোৰেশ্বৰত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ
ডিজিটেল ডেস্ক, ৯ এপ্ৰিল : অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাইজৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে। বিশ্বজিৎ দৈমাৰী ৪৩নং তামুলপুৰ বিধানসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী।
গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫নং শুৱাগপুৰ…