মেট্ৰিকৰ ফলাফলত শীৰ্ষত পাটাছাৰকুছিৰ জ্যোতিৰ্ময়
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পাটাছাৰকুছি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে ৯৮.৫ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
তেওঁ অসমীয়াত ১০০, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ১০০, সাধাৰণ…