এদিনতে ১২ শতাধিক বোমাবর্ষণ ইৰানত…
ডিজিটেল ডেস্ক, ২ মার্চ : এদিনতে ১২ শতাধিক বোমাবর্ষণ হৈছে ইৰানত৷ অৱশেষত দেশখনৰ প্রতিৰক্ষা মন্ত্রী আজিজ নাচিৰজাদে আৰু সেনাপ্রধান আব্দুল ৰহিম মৌচাভিৰ মৃত্যুৰ কথাও স্বীকাৰ কৰিছে তেহৰানে৷
ইজৰাইল আৰু মার্কিন আগ্রাসনৰ বিৰুদ্ধে কঠোৰ প্রত্যাক্রমণৰ…