নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আলোচনাৰ প্রস্তাৱ : সমাপ্তিৰ দিশে মধ্যপ্রাচ্যৰ যুদ্ধ

ডিজিটেল ডেস্ক, ২৬ মার্চ : ইৰানৰ বিৰুদ্ধে মার্কিন যুক্তৰাষ্ট্র আৰু ইজৰাইলে যুটীয়াভাৱে চলাই থকা যুদ্ধখনৰ পৰিসমাপ্তিৰ পূর্বচর্ত হিচাপে ইৰানক ১৫দফীয়া প্রস্তাৱ দিছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আমেৰিকা আৰু ইৰানৰ মাজত মধ্যস্থতাৰ চেষ্টা চলাইছে…

সম্পাদকীয় : নতুন অস্ত্র

নির্বাচনৰ বতৰ৷ অসমত এতিয়া নির্বাচনৰ গৰম বতাহ বলিছে৷ ভাৰতৰ নির্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ২০২৬ চনৰ ৯ এপ্রিলত ১২৬টা সমষ্টিত বিধানসভা নির্বাচন হ’ব৷ এই নির্বাচনত মুঠ ২ কোটি ৫০ লাখ ভোটাৰে ৩১,৪৮৬টা ভোটগ্রহণ কেন্দ্রত ভোটদান কৰিব৷ ৪ মে’ত ভোটগণনা…

২৬ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ মার্চ, চ’ত মাহৰ ১১ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : আদ্রা, যাত্রা : নাই মেঘ : আজি কোনো শুভ কথাত মন আনন্দিত হ’ব৷ আর্থিক দিশত বাধা পাব পাৰে। পাৰিবাৰিক দিশত শুভ৷ ব্যৱসায়ত বাধা৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷ বৃষ : আজি…

অখিল গগৈৰ উপস্থিতিত RD-CONG-AJP-ৰ মিলন

মৰিয়নি সমষ্টি কংগ্ৰেছ দলে মিত্ৰতাৰ নামত ৰাইজৰ দলক এৰি দিয়াত সৃষ্টি হোৱা বাদ বিবাদৰ আজি অৱসান ঘটিছে। সমষ্টিটোত এতিয়া কংগ্ৰেছ- অসম জাতীয় পৰিষদৰ সৈতে একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ৰাইজৰ দল। আজি সমষ্টিটোৰ কলীয়াপানী আৰু পূৱ যোৰহাট ব্লক…

ঐতিহ্যমণ্ডিত ফাটবিহু সমিতিৰ কাৰ্যালয় মুকলি প্ৰস্তুতি পৰাশৰৰ

অতীজৰ হাবুং অঞ্চলৰ ঢকুৱাখনাত চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত বিভিন্ন জাতি জনগোষ্ঠীৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ উৎসৱৰূপে উদযাপিত হৈ অহা ঐতিহ্যমণ্ডিত ফাটবিহু এইবাৰ অহা ৮, ৯ আৰু ১০ মে'ত অনুষ্ঠিত হ'ব। ২০২৬ বৰ্ষৰ ফাটবিহু পৰম্পৰাগত নিয়মেৰে…

নিৰ্বাচন সমাগত! সময় সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ

দিছ্পুৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত হয় বাঘ সেনাৰ এখন সংবাদ মেল। সংবাদ মেলত বাঘ সেনাই ৰাজ্যত সম্প্ৰীতি বজাই ৰখাৰ লগতে সংখ্যালঘু লোকসকলৰ অধিকাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰে। সংগঠনটোৰ নেতৃত্ব ইউনুছ তামুলীয়ে কয় যে, তেওঁলোকে সংখ্যালঘু আৰু সাধাৰণ…

ৰাজ্যত বৃদ্ধি মুর্গী–ছাগলী মাংসৰ দাম

দেশজুৰি ৰন্ধন গেছৰ নাটনিয়ে ৰাইজক সমস্যাত পেলোৱাৰ সময়তে আহিছে আন এক দুঃখবৰ৷ এইবাৰ দাম বাঢ়িছে মুর্গী আৰু ছাগলী মাংসৰ৷ মন কৰিবলগীয়া যে সর্বসাধাৰণ ৰাইজৰ মাজত জনপ্রিয় প্র’টিনযুক্ত খাদ্য ৰূপে সমাদৃত হৈ আহিছে মুর্গী মাংস৷ বিগত এসপ্তাহ পূর্বলৈ কমি…

DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ সম্পত্তি জব্দ

ED গুৱাহাটী শাখাই জব্দ কৰিলে DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ সম্পত্তি ঠগ প্ৰৱঞ্চনাৰে আহৰণ কৰা ১৩.৪১ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰে ED-এ। DB STOCKৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মন আৰু আন কেইবাগৰাকীও সহযোগীৰ…

উজনিত বিজেপিয়ে পাব ১০ৰ পৰা ১২খন আসন

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই শাসকীয় বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ ক্ষীপ্ৰতৰ কৰি তোলাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁট‌ এতিয়া ব্যস্ত ক্ষোভ মৰিষণত। সমষ্টিয়ে সমষ্টিয়ে কংগ্ৰেছ কৰ্মীক বুজনি দিয়াৰ অভিযান আৰম্ভ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল…

জুবিন ক্ষেত্ৰত নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা জ্যোৎস্না গাৰৰ ঘৰত জুবিনৰ পৰিয়াল

সোণাপুৰৰ জুবিন ক্ষেত্ৰত যোৱা ছমাহ ধৰি নিস্বাৰ্থভাৱে সেৱা আগবঢাই অহা সোণাপুৰৰ কলিতাকুছিৰ নিবাসী জ্যোৎস্না গাৰ' এক পথ দুৰ্ঘটনাত অকাল মৃত্যু ঘটে। যাৰ বাবে মৃত জ্যোৎস্না গাৰ'ৰ ঘৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ। মৃত জ্যোৎস্না…