নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এসপ্তাহত জমা দিব লাগিব অনুজ্ঞা পত্র থকা অস্ত্র–শস্ত্র, বিধানসভা নির্বাচনৰ পূর্বে প্রশাসনৰ নির্দেশনা

ডিজিটেল ডেস্ক, ২৬ ফেব্রুৱাৰী : অসম বিধানসভাৰ সমাগত নির্বাচন প্রক্রিয়া আইন–শৃংখলা ৰক্ষা কৰি সুকলমে তথা শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ (মহানগৰ) জিলা দণ্ডাধীশ তথা জিলা আয়ুক্তই এক নির্দেশনাৰ জৰিয়তে নির্বাচনৰ সময়ছোৱাত…

১ এপ্রিলৰ পৰা টোল প্লাজাত নগদ লেনদেন বন্ধৰ চিন্তাচর্চা কেন্দ্রৰ

🔹 কেৱল ডিজিটেল মাধ্যমত পৰিশোধ কৰিব লাগিব টোল নিউজ ডেস্ক, ২৬ ফেব্রুৱাৰী : দেশৰ ৰাষ্ট্রীয় ঘাইপথসমূহত ঠায়ে ঠায়ে স্থাপন কৰা টোলগেটসমূহত টোল ফী পৰিশোধ কৰাৰ ক্ষেত্রত যান–জঁট সৃষ্টি হোৱাৰ লগতে অন্যান্য বিভিন্ন অসুবিধাৰ অভিযোগ সঘনে উঠি থকাৰ…

ছুপাৰ এইটত আজি জিম্বাব’ৱেৰে মৰণপণ যুঁজ ভাৰতৰ

নিউজ ডেস্ক, ২৬ ফেব্রুৱাৰী : ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপত আজি মৰণপণ যুঁজত অৱতীর্ণ হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি চেন্নাইত হ’বলগীয়া ছুপাৰ এইটৰ মৰণপণ যুঁজখনত ঘৰুৱা দল টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী হ’ল…

পছন্দৰ ১২খন আসনৰ দাবীত অটল অখিল গগৈ, কংগ্ৰেছক স্পষ্ট স্থিতি কৰাৰ আহ্বান

অসম বিধানসভা নিৰ্বাচনৰ আৰু মাত্ৰ এমাহমান সময় বাকী থাকোঁতেই একত্ৰিত বিৰোধী মিত্ৰতা গঠন এতিয়াও অনিশ্চিত হৈ আছে। কংগ্ৰেছ আৰু সম্ভাৱ্য মিত্ৰতা সহযোগী ৰাইজৰ দলৰ মাজত আসন বণ্টনক লৈ চলি থকা অচলাৱস্থা এতিয়াও অন্ত পৰা নাই। সময় ক্ষীণ হৈ অহাৰ মাজতে…

বিজেপিৰ প্ৰাৰ্থী তালিকাত ৪০খন নতুন মুখ… ৰঙালী বিহুৰ আগতে নিৰ্বাচনৰ পোষকতা

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি (২৫ ফেব্ৰুৱাৰী) জনায় যে ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ৪০টা সমষ্টিত নতুন প্ৰাৰ্থী প্ৰস্তাৱ কৰিব। লগতে ৰঙালী বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত…

নগাঁৱৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন : আৰম্ভ চিটীবাছ সেৱা

শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দৈনিক যাত্ৰাত এক যোগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল, দ্ৰুত আৰু জনসাধাৰণৰ বাবে সুবিধাজনক…

শ্ৰীৰামপুৰত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, পাঁচ দিনে আছিল নিৰুদ্দেশ হৈ

গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত আজি দুপৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শ্ৰীৰামপুৰ চেকগেটৰ নিচেই কাষত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। আজি দুৰ্গন্ধ ওলোৱাৰ পিছত সন্ধান চলাই যোৱাৰ পিছত মৃতদেহটো উদ্ধাৰ কৰা হয়। বিগত পাঁচ দিন ধৰি মহিলাগৰাকী…

ধুবুৰী আসনখন পাব বুলি আশাবাদী বিজেপি-অগপ

২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ বৰ্তমানে ধুবুৰীত শাসকী আৰু বিৰোধী দলৰ ব্যাপক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক শিবিৰে শিবিৰে আৰম্ভ হৈছে সম্ভাব্য দলীয় প্ৰাৰ্থীক লৈ গুণা-গঁথা। ইপিনে শাসকীয় মিত্ৰজোঁটৰ মাজৰ আসন ভাগ বতৰাৰ বিষয়টো…

বিৰোধী মিত্রজোঁটৰ মিত্রতাক কটাক্ষ মুখ্যমন্ত্রীৰ

বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্রেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহৰ আসন বুজাবুজিৰ প্রক্রিয়া চলি থকাৰ সময়তে বিৰোধীৰ এনে মিত্রতাক কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– বিৰোধীৰ মিত্রতা হ’লেও বিজেপিৰ চৰকাৰ হ’ব, নহ’লেও…

জুবিন গার্গৰ হত্যা গোচৰৰ ফাষ্টট্রেক আদালত গঠনক লৈ মুখ্যমন্ত্রীৰ প্রতিক্রিয়া

জুবিন গার্গৰ হত্যা গোচৰৰ তদন্ত প্রক্রিয়া ক্ষিপ্র কৰাৰ বাবে উঠি থকা ফাষ্টট্রেক আদালতৰ দাবীক লৈ প্রতিক্রিয়া প্রকাশ কৰিছ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷মুখ্যমন্ত্রী ড০ শর্মাই জুবিন গার্গৰ হত্যাৰ প্রসংগত কয়– ফাষ্টট্রেক আদালত সন্দর্ভত আমি…