নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৩২ বছৰে যি সন্মান কংগ্রেছত পোৱা নাছিলোঁ, বিজেপিত ৩২ ঘণ্টাতে পালোঁ : ভূপেন বৰা

📌 কইনাধৰাত অমিত শ্বাহক সাক্ষাৎ ভূপেন বৰাৰ ডিজিটেল ডেস্ক, ২১ ফেব্রুৱাৰী : অসমৰ ভৱিষ্যৎ প্রজন্মক লৈ, জাতিটোৰ ভৱিষ্যতক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ যি জ্ঞান-গম্ভীৰ চর্চা, তাত মই আশ্বস্ত৷ কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদানৰ অপেক্ষাত থকা…

২১ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ ফেব্রুৱাৰী, ফাগুন মাহৰ ৮ তাৰিখ, শনিবাৰ মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷ বৃষ : ব্যৱসায়ীসকলে আশা কৰা মতে…

মঙলদৈত এটা পৰিয়ালৰে ৪ সদস্য সংজ্ঞাহীন, বনকৰা মহিলাৰ পলায়ন

মঙলদৈ চহৰৰ ২নং ৱাৰ্ডৰ এটা পৰিয়ালৰ ৪ সদস্য ভাত খোৱাৰ পাছতে সংজ্ঞাহীন হৈ পৰাৰ পাছতে ঘৰত কাম কৰা মহিলাৰ আত্মগোপনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে সংজ্ঞাহীন ছিৰাজুল হকৰ লগতে তেওঁৰ পুত্ৰ হামিদুৰ হক,  ইমৰান খান আৰু পত্নী হামিদা বেগমক মঙলদৈ…

লখিমপুৰৰ বাইপাছত ৰে’লৱে উৰণ সেতুৰ তলত যুৱকৰ মৃতদেহ উদ্ধাৰ

লখিমপুৰ নগৰৰ সামান্য নিলগত আজি পুৱা এটা মৃতদেহ উদ্ধাৰ হয়। লখিমপুৰৰ বাইপাছত থকা ৰে'লৱে উৰণ সেতুৰ তলত যুৱক এজনৰ মৃতদেহ উদ্ধাৰ হয়। নিচেই পুৱাতে মৃতদেহটো পথৰ দাঁতিত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। উল্লেখ্য যে…

দুলীয়াজানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান, বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰসহ এজনক আটক

তৈলনগৰী দুলীয়াজানত ক্ৰমবৰ্ধিত ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। গোপন সূত্ৰৰ যোগেদি লাভ কৰা খবৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে আজি নিচেই পুৱা ডিৰিয়াল চাহ বাগিচা অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন…

অসম লোকসেৱা আয়োগৰ ফলাফলত উজলিল নগাঁৱৰ ময়ূৰী শইকীয়া

"অসম চৰকাৰে অসমৰ শৈক্ষিক সমাজখনলৈ যথেষ্ট অৱদান আগবঢ়াইছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সবল নেতৃত্বত এপিএছচিৰ দৰে এটা পৰীক্ষাত নিকা নিযুক্তিৰে যুৱপ্ৰজন্মৰ মাজলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷ যুৱ সমাজৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে আৰু…

সপ্তাহৰ শেষৰ ফালে ইৰান আক্রমণ কৰিব পাৰে আমেৰিকাই !

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : চলিত সপ্তাহৰ শেষৰফালে ইৰান আক্রমণ কৰিবলৈ ‘প্রস্তুত’ মার্কিন সেনা৷ এনে এটি দাবী কৰিছে আমেৰিকাৰ সংবাদ মাধ্যমে৷ তেওঁলোকৰ প্রতিবেদনত এই কথাও কোৱা হৈছে যে ইৰানৰ সৈতে আমেৰিকাই মুখামুখি সামৰিক সংঘাতলৈ যাব নে নাই, তাকে…

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

ডিজিটেল ডেস্ক, ২০ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে নিৰ্বাচনকেন্দ্ৰিক…

মালিবাৰী সত্ৰত চোৰৰ তাণ্ডৱ, একেনিশাই পাঁচটাকৈ বৈদ্যুতিক পানী পাম্প চুৰি

কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ আৰু মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰী সত্ৰ গাঁৱৰ পথাৰত চাঞ্চল্যকৰ চুৰিকাণ্ড | একে নিশাই চোৰে লৈ গ’ল খেতিত পানী দিয়া ৫টাকৈ বৈদ্যুতিক মটৰ। পথাৰত জলসিঞ্চনৰ বাবে স্থাপন কৰা পানীৰ পাম্পবোৰ নোহোৱা হোৱাত সংশ্লিষ্ট…

মানকাচৰত আৰক্ষীৰ অভিযানত হেৰ’ইনসহ যুৱক আটক

মানকাচৰৰ কালাপানী আৰক্ষীৰ এক সফল অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি কালাপানী আৰক্ষী চকীৰ আৰক্ষীৰ দল এটাই নিশা বাঘাপাৰাৰ পৰা সাদুল্লাবাৰী অভিমুখে গৈ থকা অৱস্থাত এজন বাইক আৰোহীক বাধা দিয়ে আৰু তালাচী চলায়।…