নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সোণোৱালসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে বিজেপিয়ে

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে ডিব্ৰুগড়ত সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সোণোৱাল কছাৰী সমাজে সংবাদ মেল অনুস্থিত কৰিছে। অসমত সোনোৱাল কছাৰী সমাজৰ দুজনকৈ মুখ্যমন্ত্ৰী হৈ গৈছে যদিও বিজেপিয়ে সম্পূৰ্ণৰূপে সোণোৱাল কছাৰীসকলক উপেক্ষিত কৰাৰ…

কংগ্ৰেছত বিসম্বাদৰ উকমুকনি, সাগৰিকাৰ লগ এৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে

সমাগত বিধানসভা নিৰ্বাচন। ক্ৰমাৎ কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদৰ উকমুকনি। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছতে দেৰগাঁৱত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দেখা দিছে । যাৰ ফলত দেৰগাঁৱৰ একাংশ কংগ্ৰেছ…

দিল্লীৰ ক’ৰ কমিটীৰ বৈঠকত বন্দী অসমৰ বিজেপি প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভাগ্য

নতুন দিল্লীত চলি আছে বিজেপিৰ ক’ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠক দলটোৰ জ্যেষ্ঠ নেতা জেপি নড্ডাৰ আৱাসগৃহত অনুষ্ঠিত হৈছে। আৰু এই বৈঠকতে ভাগ্য নিৰ্ণয় হব অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বপ্ৰত্য়াশীৰ। হয়তো কাইলৈ বিজেপিয়ে এটা দুটা সমষ্টিক বাদ…

বিধানসভা নিৰ্বাচনক লৈ সক্ৰিয় হাগ্ৰামা মহিলাৰী, UPPL-ক কটাক্ষ

মুছলপুৰত আজি বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বাক্সা জিলা বিপিএফৰ সকলো সমিতিৰ সৈতে নিৰ্বাচনকেন্দ্ৰিক এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে যে অহা ২০ মাৰ্চত বিপিএফে নিজৰ প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰিব।…

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা

অৱশেষত আজি ঘোষণা কৰা হল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত আজি সংবাদ মেলযোগে লুৰিণজ্যোতি গগৈয়ে আঠটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগতে দুটা সমষ্টিৰ নাম আজি ঘোষণা কৰাৰ পৰা বিৰত থাকে। আজি ঘোষণা কৰা…

বিধানসভা নিৰ্বাচন : ইউপিপিএলে ঘোষণা কৰিলে সাতজনীয়া প্ৰাৰ্থী তালিকা

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰখাৰ সমান্তৰালকৈ নিজৰ নিজৰ প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। প্ৰধান বিৰোধী দল কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগতে ৰাইজৰ দলেও তেওঁলোকৰ…

চিন্নাস্বামী ষ্টেডিয়ামত হ’ব আইপিএলৰ মেচ, কর্ণাটক চৰকাৰৰ সেউজ সংকেত

ডিজিটেল ডেস্ক, ১৭ মার্চ : আইপিএলৰ ১৯সংখ্যক ছিজনৰ পূর্বে বৃহৎ সকাহ লাভ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ৷ অৱশেষত কর্ণাটক চৰকাৰে এম চিন্নাস্বামী ষ্টেডিয়ামত খেল আয়োজনৰ অনুমতি প্রদান কৰিছে৷ দীর্ঘদিন ধৰি অনিশ্চয়তাৰ অন্তত আৰচিবিয়ে ঘৰুৱা ক্ষেত্রত…

শ্ৰীভূমিত আৰক্ষীৰ বৃহৎ সফলতা, ২ কোটি টকাৰ ড্ৰাগছসহ আটক ২

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : অসম আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত শ্ৰীভূমি জিলাত এক বৃহৎ সফলতা। জিলাখনৰ দুখনকৈ পৃথক ঠাইত চলোৱা অভিযানত আৰক্ষীয়ে ২৬ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিছে। ​গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে…

মানকাচৰৰ ফকিৰঘাটত চাঞ্চল্য, CSCৰ মালিকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰীপাৰা ফকিৰঘাটৰ এটা CSC কেন্দ্ৰক কেন্দ্ৰ কৰি সহজ-সৰল লোকৰ একাউণ্টৰ পৰা কৌশলেৰে তথা জালিয়াতিৰে ধন উঠাই লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, কাকৰীপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাকেৰ গাঁৱৰ…

গোলকীয় উষ্ণতা বৃদ্ধি, হোৰাহোৰে গলিছে বৰফৰ আচ্ছাদন

ডিজিটেল ডেস্ক, ১৭ মার্চ : পৃথিৱীত দিনটোৰ সময়ছোৱা দীঘলীয়া হৈছে৷ ইয়াৰ বাবে জগৰীয়া কৰা হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাক৷ জলবায়ু পৰিৱর্তনৰ ফলত যিদৰে মেৰু অঞ্চলত বৰফ গলিবলৈ ধৰিছে, তাৰ পৰিপ্রেক্ষিততেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি দাবী কৰিছে…