নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কংগ্ৰেছ ত্যাগ প্ৰদ্যুত বৰদলৈ, ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্য

অসমৰ ৰাজনীতিত পুনৰ এক ডাঙৰ পৰিৱর্তন। প্ৰদ্যুত বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাদ পত্ৰ প্ৰেৰণ কৰে পদত্যাগ কৰে নগাঁৱৰ সাংসদগৰাকীয়ে। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে…

‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্রৱর্তীৰ দেহাৱসান

‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্রৱর্তীৰ দেহাৱসান৷ অসমৰ সংবাদ জগতলৈ অতুলনীয় সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আজি বিয়লি ৬.২১ বজাত মহানগৰীৰ হেল্থ চিটী হাস্পতালত ইহলীলা সম্বৰণ কৰে৷ দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ…

ৰাজ্যসভা নিৰ্বাচনত NDA-ৰ ঈৰ্ষণীয় ফলাফল

ৰাজ্যসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএয়ে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে। খালী হোৱা মুঠ ৩৭খন আসনৰ ভিতৰত এনডিএয়ে ২২খন আসনত জয় লাভ কৰিছে। সোমবাৰে (১৬ মাৰ্চ) হাৰিয়ানা, বিহাৰ আৰু ওড়িশাৰ ১১খন আসনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এনডিএয়ে ৯খন আসন দখল…

কোকৰাঝাৰত ইফতাৰ পাৰ্টীত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম মোনাকোছাত আজি বিয়লি অনুষ্ঠিত এক ইফতাৰ পাৰ্টীত যোগদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। ইফতাৰ পাৰ্টীত যোগদান কৰি মহিলাৰীয়ে বিপিএফ দলে সকলো ধৰ্মাৱলম্বীৰ লোকক সন্মান কৰে আৰু সকলোৰে বাবে কাম কৰি যাব…

পূৰ্বৰ গৰিমা ঘূৰাই পালে বজালী একাডেমী অৱ এক্সিলেন্সে

অৱশেষত শিক্ষানগৰী পাঠশালাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষানুষ্ঠান "বজালী একাডেমী অৱ এক্সিলেন্সে" ঘূৰাই পালে শিক্ষানুষ্ঠানখনৰ পূৰ্বৰ গৰিমা। ২০২৫ বৰ্ষত ৰাজ্যৰ কেইখনমান শিক্ষানুষ্ঠানে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অংক বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল তথা…

প্ৰদ্যুত বৰদলৈক বিজেপিত যোগদানৰ বাবে আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

অসমৰ ৰাজনৈতিক পৰিসৰত পুনৰ এক গুৰুত্বপূৰ্ণ দিশ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুত বৰদলৈক বিজেপিত যোগদানৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ জনাইছে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে যদি প্ৰদ্যুত বৰদলৈয়ে বিজেপিত যোগদান…

চূড়ান্ত হ’ল বিজেপি মিত্ৰজোঁটৰ আসন বণ্টন

বিজেপিৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা একপ্ৰকাৰ চূড়ান্ত কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত দলটোৰ নিৰ্বাচনী সমিতিৰ বৈঠকত এই তালিকাত চূড়ান্ত ছীল মোহৰ মৰা হয় যদিও কাইলৈ নাইবা পৰহি পুৱাহে বিজেপিৰ তালিকা প্ৰকাশ কৰা হব বুলি…

২০২৬ৰ IPL-ৰ পিছত অৱসৰ ল’ব পাৰে কেইবাজনো তাৰকা খেলুৱৈয়ে

IPL-ৰ ১৯তম ছিজন আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। প্ৰথমখন খেলত RCB আৰু SRH মুখামুখি হ’ব। কিন্তু এইবাৰ কিছুমান দিগগজ খেলুৱৈ ২০২৬ ছিজনৰ পিছত অৱসৰ লোৱাৰ সম্ভাৱনা দেখা গৈছে। সেইসকলৰ ভিতৰত ক্ৰমে মহেন্দ্ৰ সিং ধোনীয়ে ২০০৮ চনৰ পৰা IPL খেলি…

AIUDFৰ দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা, নিৰ্বাচন খেলিব বদৰুদ্দিন আজমলে

AIUDF-এ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ নিজৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলটোৱে এই তালিকাৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত নতুন আৰু পুৰণি মুখৰ সমন্বয় ঘটাইছে। দলীয় সূত্ৰে জনোৱা অনুসৰি, এই তালিকাত অভিজ্ঞ নেতা আৰু নতুন…

সোণোৱালসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে বিজেপিয়ে

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে ডিব্ৰুগড়ত সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সোণোৱাল কছাৰী সমাজে সংবাদ মেল অনুস্থিত কৰিছে। অসমত সোনোৱাল কছাৰী সমাজৰ দুজনকৈ মুখ্যমন্ত্ৰী হৈ গৈছে যদিও বিজেপিয়ে সম্পূৰ্ণৰূপে সোণোৱাল কছাৰীসকলক উপেক্ষিত কৰাৰ…