নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কাবুলৰ হাস্পতালত পাকিস্তানৰ ভয়ংকৰ বিমান আক্ৰমণ, ৪০০জন নিহত

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : কাবুলৰ এখন হাস্পতালত পাকিস্তানে ভয়ংকৰ বিমান আক্ৰমণ চলায়। তালিবান প্ৰশাসনৰ সূত্ৰ অনুসৰি, সোমবাৰে নিশা আফগানিস্তানৰ ৰাজধানীত ব্যাপক বিমান আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত অন্ততঃ ৪০০জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা…

সম্পাদকীয় : নির্বাচনী ৰণডংকা বাজিল

আগন্তুক ৰঙালী বিহুৰ পূর্বে এটা পর্যায়তে ৯ এপ্রিলত অনুষ্ঠিত হ’ব ষষ্ঠদশ অসম বিধানসভাৰ নির্বাচন৷ দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেওবাৰে আবেলি সংবাদ মেলত অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ কার্যসূচী ঘোষণা কৰে৷ অসম,…

১৭ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ মার্চ, চ’ত মাহৰ ২ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : মধ্যম মেষ : ভাবি–গুণী কামত আগুৱাওক৷ সহজতে আনৰ কথাক বিশ্বাস নকৰিব৷ ভুল সংবাদত অনুগামী হ’লে ক্ষতি৷ বিদ্যাত অৱশ্যে বেয়া নহ’ব৷ ব্যৱসায়–বাণিজ্যত মজলীয়া…

নিউয়ৰ্ক চুটি এনিমেছন মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’ৰ

ভাৰতীয় 'এনিমেচন' ছবিৰ বাবে আহিছে এক সুখবৰ। নিউয়ৰ্ক চুটি এনিমেচন মহোৎসৱত বিশিষ্ট লেখক, আন্তৰ্জাতিক সন্মানপ্ৰাপ্ত পৰিচালক, শীৰ্ষ আই পি এছ বিষয়া ড: পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা 'ছিমি' ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।…

ৰাজ্যত বিধানসভা নির্বাচনৰ নির্বাচন আচৰণবিধি ঘোষণা

ৰাজ্যত অনুষ্ঠিত হ’বলগা বিধানসভা নিৰ্বাচনৰ বাবে নির্বাচনী আচৰণবিধি বলৱত কৰিছে নির্বাচন আয়োগে৷ নির্বাচনী আচৰণবিধি কঠোৰভাৱে বলৱৎ কৰাৰ ওপৰতো নির্দেশনা প্রদান কৰিছে ৰাজ্যিক নির্বাচনী বিষয়াই৷ ভাৰতৰ নির্বাচন আয়োগৰ নির্দেশনাৰ ভিত্তিত ৰাজনৈতিক দল…

পুনৰ মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাক বিচাৰে ৫২% ভোটাৰে

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এক গুৰুত্বপূর্ণ প্ৰাক-নির্বাচনী সমীক্ষা প্ৰকাশ কৰিছে The News Tab আৰু IND CHOICH GROUP নামৰ সংস্থাই। সমীক্ষাত ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড০ হিমন্ত বিশ্ব শৰ্মাক। সামগ্রিক…

ৰাজ্যৰ ২২টা সংগঠনৰে বৈঠক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ 

মহানগৰীৰ নভোটেল হোটেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত আটাছুৰ সভাপতি মিলন বৰগোহাঁই, আহোম সভা, টাইপা, আহোম সেনা, পূৰ্বাঞ্চল তাই সাহিত্য সভা, ফুৰালুং সংঘ, আহোম…

নিয়োগ বাৰ্তা : গুৱাহাটী অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চত ৬৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৬ এপ্রিল অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ, গুৱাহাটীয়ে অধ্যাপক, অতিৰিক্ত অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপককে ধৰি ৬৪টা পদৰ বাবে অনলাইন আবেদনৰ আহ্বান জনাইছে৷

অপিনিয়ন প’লে বিপদ মাতিছে মমতালৈ, সুযোগৰ সদ্ব্যৱহাৰৰ অপেক্ষাত বিজেপি

পশ্চিম বংগত নিৰ্বাচনৰ দৃশ্যপট প্ৰায় পৰিষ্কাৰ হৈ পৰিছে। ১৫ মাৰ্চত নিৰ্বাচন আয়োগে ২০২৬ চনৰ ভোটৰ দিন ঘোষণা কৰিছে। জনগণে কাৰ হাতত চৰকাৰৰ দায়িত্ব অৰ্পণ কৰিব, সেই কথা ফলাফল অহাৰ পিছতেই জনা যাব, কিন্তু তাৰ পূৰ্বে অপিনিয়ন পল সমীক্ষাৰ জৰিয়তে…

টুপামাৰীত টিনপাতৰ জাবৰ চিকুণাবলৈ শিশু ছাত্ৰক উঠালে ঘৰৰ ওপৰত

এগৰাকী প্ৰধান শিক্ষকৰ অবিবেচকী কাণ্ডক লৈ চৰ্চা চলিছে কামৰূপৰ টুপামাৰী অঞ্চলত | একাংশ কণ কণ ছাত্ৰই চৰকাৰী বিদ্যালয় গৃহৰ টিনপাতৰ ওপৰত উঠি চাফা কৰিছে আৱৰ্জনা।অতি বিপজ্জনকভাৱে ছাত্ৰকেইজনে বিদ্যালয় গৃহৰ টিনপাতৰ পৰা নমাইছে লেতেৰা জাবৰ-জোঁথৰ |…