নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢকুৱাখনাত প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজত আনন্দ নৰহ, ভোগেশ্বৰ লাগাচু, ড° সুৰজিত দলে

অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। একপ্ৰকাৰ নিৰ্বাচনী জ্বৰত আক্ৰান্ত প্ৰতিটো ৰাজনৈতিক দলৰ নেতা, কৰ্মী আৰু সমৰ্থকসকল। পিছপৰি ৰোৱা নাই ৭৭নং…

গোসাঁইগাঁৱত আৰক্ষী-এছএছবিৰ অভিযানত দুই চোৰাং চিকাৰী গ্ৰেপ্তাৰ

গোসাঁইগাঁৱৰ অসম–বংগ সীমান্তৱৰ্তী টাপু অঞ্চলত আৰক্ষী আৰু সশস্ত্ৰ সীমা বলৰ যৌথ অভিযানত দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি সোণকোষ নদীৰ পশ্চিম প্ৰান্তত আজি চলোৱা অভিযানত দুয়ো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় নিৰাপত্তা…

২০ মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাৰ মাজতে ২০ মাৰ্চত মনোনয়ন দাখিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জানিব পৰা মতে, মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী বিধি অনুসৰি সমৰ্থক আৰু দলীয় নেতাসকলৰ উপস্থিতিত নিজৰ মনোনয়ন পত্ৰ…

২০২৬ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা

২০২৬ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা কৰা হৈছে। মনোৰঞ্জন জগতৰ আটাইতকৈ ডাঙৰ এই সন্মানৰ ৯৮সংখ্যক অনুষ্ঠান অনুষ্ঠিত হয় লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত। এইবাৰ অস্কাৰত One Battle After Another ছবিখনে শ্ৰেষ্ঠ ছবিকে ধৰি মুঠ ছটা অস্কাৰ বঁটা লাভ কৰে। ছবিখনত…

শোণিতপুৰ কংগ্ৰেছত খহনীয়া, গিৰীন্দ্ৰ কুমাৰ ভূঞাৰ পদত্যাগ

শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিত কংগ্ৰেছৰ ভিতৰত খহনীয়া আৰম্ভ হোৱা দেখা গৈছে। সমষ্টিটোৰ অন্যতম টিকটপ্ৰত্যাশী গিৰীন্দ্ৰ কুমাৰ ভূঞাই নিজৰ পদত্যাগ ঘোষণা কৰিছে। গিৰীন্দ্ৰ কুমাৰ ভূঞা শোণিতপুৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি হিচাপেও দায়িত্ব পালন কৰি আছিল।…

নিশাৰ আন্ধাৰৰ সুযোগ লৈ দলগাঁৱৰ কৌপাটীত বেংকত ডকাইতি কাণ্ড

ডিজিটেল ডেস্ক, ১৬ মাৰ্চ : দৰঙৰ দলগাঁৱৰ কৌপাটীত নিশা এক ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হয়। বেংক আৰু ATM ভাঙি লুটি নিলে নগদ ধনসহ বহু সামগ্ৰী। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত কৌপাটীত নিশা সংঘটিত এই ভয়ংকৰ ডকাইতি কাণ্ডত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।…

অধিসূচনা জাৰিৰ পিছতেই BTR-ত আৰম্ভ ৰাজনৈতিক আক্ৰমণ–প্ৰত্যাক্ৰমণ

বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগেই ৰাজ্যত ৰাজনৈতিক তৎপৰতাৰ লগতে আক্ৰমণ–প্ৰত্যাক্ৰমণো তীব্ৰ হৈ উঠিছে। এই পৰিপ্ৰেক্ষিততে মন্তব্য আগবঢ়াইছে প্ৰমোদ বড়োৱে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে স্পষ্ট কৰি…

ৰংগেশ্বৰী টুপামাৰীত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতি

কামৰূপৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ বৃহত্তৰ ৰংগেশ্বৰী টুপামাৰী অঞ্চলত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱত বিস্তৰ ক্ষতি হয়। নিশাৰ ভয়ংকৰ ধুমুহা, শিলাবৃষ্টিৰ ফলত ৰংগেশ্বৰী, টুপামাৰী, ভখুৰাদিয়া, বদলা ৰঙাপানী আদি প্ৰায় দহখনকৈ গাঁৱত বিস্তৰ ক্ষতি হয়। বৰদৈচিলাৰ…

বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ

অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাৰ মাজতে বুধবাৰে বিজেপিয়ে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। দলীয় সূত্ৰ অনুসৰি একেদিনাই বিজেপিৰ লগতে মিত্ৰ দলসমূহৰ প্ৰাৰ্থীৰ নামো ৰাজহুৱা কৰা হ’ব। জানিব পৰা মতে, এই তালিকাত ৰাজ্যৰ সকলো ১২৬টা বিধানসভা…

দেৱব্ৰত দাসলৈ ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা কৰা হৈছে। এইবাৰ অসমীয়া ভাষাৰ বাবে বিশিষ্ট সাহিত্যিক দেৱব্ৰত দাসলৈ এই সন্মান আগবঢ়োৱা হৈছে। তেওঁৰ সাহিত্যকর্ম ‘কড়ি খেলাৰ সাধু’ গ্ৰন্থখনৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। উল্লেখ্য যে বিশেষ কাৰণত এই বঁটা…