বৰক’লাত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস পালন
ছাত্র সমাজৰ দ্বাৰা পৰিচালিত বিশ্ব কপোৱা অসমৰ ঐতিহাসিক বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত ১৯৮৩ চনৰ জুয়ে পোৰা তিৰাশীৰ পহিলা মাৰ্চত অসমী আইৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস আজি বৰক'লা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় প্ৰাংগণত থকা…