বিজেপি মিত্রজোঁটে অসমত লাভ কৰিব ৯৪ আসন
পুনৰ চৰকাৰ গঠনেৰে হেট্ট্রিক কৰিবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন এনডিএ৷ ইণ্ডিয়া টুডে’–চি ভোটাৰ মোড অৱ দ্য নেচনৰ সমীক্ষাত অসমত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ স্পষ্ট ইংগিত দাঙি ধৰিছে৷ সমীক্ষা অনুসৰি আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ…