BTC-ৰ ১৫টা সমষ্টিতে অকলে নিৰ্বাচন খেলিবলৈ শক্তিশালী UPPL
কোকৰাঝাৰ জিলাৰ ১নং গোসাঁইগাঁও বিধানসভা সমষ্টিটো নিৰ্বাচনৰ বাবে ইউ পি পি এল দলৰ বাবে পৰিৱেশ ভাল৷ ইউ পি পি এল দলৰ বাবে গোসাঁইগাঁও সমষ্টিটো নম্বাৰ ৱানত আছে ৷ এই সমষ্টিটো লৈ বেলেগ চিন্তা কৰিবলগীয়া একো আমি দেখা পোৱা নাই৷ ইউ পি পি এল দলে অকলে কাম…