১ এপ্রিলৰ পৰা টোল প্লাজাত নগদ লেনদেন বন্ধৰ চিন্তাচর্চা কেন্দ্রৰ
🔹 কেৱল ডিজিটেল মাধ্যমত পৰিশোধ কৰিব লাগিব টোল
নিউজ ডেস্ক, ২৬ ফেব্রুৱাৰী : দেশৰ ৰাষ্ট্রীয় ঘাইপথসমূহত ঠায়ে ঠায়ে স্থাপন কৰা টোলগেটসমূহত টোল ফী পৰিশোধ কৰাৰ ক্ষেত্রত যান–জঁট সৃষ্টি হোৱাৰ লগতে অন্যান্য বিভিন্ন অসুবিধাৰ অভিযোগ সঘনে উঠি থকাৰ…