নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হাৰিভাঙাত শ শ বিঘা মাটিত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ ইটাভাতা

কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণোদ্যমে চলিছে অবৈধ বাংলা ইটাভাতাৰ ৰমৰমীয়া ব্যৱসায়। প্ৰত্যক্ষ কৰা মতে; বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ঘিলাবাৰী, হাৰিভাংগা, পদ্মপুৰ আদি…

আগৰ দৰেই ৰাছিয়াৰ পৰা তেল কিনিছে ভাৰতে

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ৰাছিয়াৰ পৰা তেল নিকিনিবলৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ ওপৰত বৃহৎ চাপ সৃষ্টি কৰিলেও ৰাছিয়াৰ পৰা তেল ক্রয় কৰাটো মুঠেও কমোৱা নাই ভাৰতে৷ সাংবাদিকৰ মুখামুখি হৈ ৰাছিয়াৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র মাৰিয়া জাখাৰোভাই…

সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা

সাম্প্রতিক বিশ্বৰ প্রযুক্তিৰ জগতখনত এবিধ চমৎকাৰ সংযোজন হ’ল কৃত্রিম বুদ্ধিমত্তা বা আর্টিফিচিয়েল ইণ্টেলিজেঞ্চ চমুকৈ এআই৷ আমাৰ জীৱনৰ প্রায় সকলো ক্ষেত্রতেই এতিয়া এই কৃত্রিম বুদ্ধিমত্তাৰ আধিপত্য৷ আধিপত্য বুলি এইবাবেই ক’ব পাৰি যে আমি সকলোৱেই…

২০ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ ফেব্রুৱাৰী, ফাগুন মাহৰ ৭ তাৰিখ শুকুৰবাৰ : তিথি– শুক্লা তৃতীয়া, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : শুভ মেষ : ৰাতিপুৱা ভালেই যাব যদিও আবেলিৰ ভাগত কর্মক্ষেত্রত সহযোগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে৷ ঘৰুৱাত উন্নতি৷ শুভ ৰং কমলা৷ বৃষ :…

মোলাই কাঠনিত পুনৰ অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ

যোৰহাটৰ ককিলামুখৰ মাজুলী বন সংমণ্ডলৰ অধীনৰ মোলাই কাঠনিৰ ২.০ নতুন বনানীকৰণত পুনৰ দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱনজোৰা পৰিশ্ৰমৰ ফলত সৃষ্টি হোৱা চিৰসেউজ অৰণ্য মোলাই…

ধুবুৰীৰ গৌৰীপুৰত দুই ট্ৰাকৰ মুখামুখি সংঘৰ্ষত হতাহত তিনি

যোৱানিশা ধুবুৰী জিলাৰ গৌৰীপুৰৰ বলদমাৰাত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত এজন ট্ৰাকচালকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজন চালক  গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয়। জানিব পৰা মতে, বলদমাৰাৰ সমীপৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ-১৫বিচি-১৩৭৮…

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল শিৱসাগৰৰ নম্ৰতা গগৈ

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম অসামৰিক সেৱা বিভাগত ২৮সংখ্যক স্থান দখলেৰে শিৱসাগৰ জিলাৰ বৃহত্তৰ শ'লগুৰি মৌজালৈ গৌৰৱ কঢ়িয়াই আনিলে শ'লগুৰি নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী বীৰেশ্বৰ গগৈৰ নাতি তথা…

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়

ডিজিটেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। ২০২৪ চনত সামৰিক আইন জাৰি কৰাৰ ব্যৰ্থ চেষ্টাৰ বাবে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লক যাৱজ্জীৱন কাৰাদণ্ডৰ…

অহাবাৰ চৰকাৰ আহিলে প্ৰথম ৩ বছৰতে শিক্ষা বিভাগত ৫৫ হাজাৰক নিযুক্তি

ডিজিটেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি (১৯ ফেব্ৰুৱাৰী) অসম বিধানসভাৰ চলিত অধিৱেশনৰ শেষ দিনা ঘোষণা কৰে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ এইবাৰ তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰীয়া কাৰ্যকালৰ…

ই-ৰিক্সা ডীলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ভুক্তভোগী গ্ৰাহকৰ

একাংশ ভুক্তভোগী গ্ৰাহকে আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত পোহৰলৈ আহিছে এখন ই-ৰিক্সা ডীলাৰৰ প্ৰৱঞ্চনাৰ তথ্য। এজন-দুজন নহয়, প্ৰায় কুৰিৰো অধিক সহজ-সৰল গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ডীলাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে | প্ৰাপ্ত অভিযোগ…