নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এ আই ক্ষেত্ৰক লৈ ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা

ডিজিটেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হৈ আছে ‘ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬’। ভাৰতক এআইৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে। এই সময়তে দেশৰ আগশাৰীৰ উদ্যোগপতিসকলে ডাঙৰ…

কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত অৰাজক পৰিস্থিতি

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে স্বাস্থ্যক্ষেত্ৰত আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰিলেও একাংশ চিকিৎসালয়ৰ এচাম কাণ্ডজ্ঞানহীন কৰ্মচাৰীৰ কৰ্মকাণ্ডই ইয়াক লৈ পুনৰ ভবাই তুলিছে। এনে এখন চিকিৎসালয় হৈছে কামৰূপ জিলাৰ কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়।…

নিয়োগ বাৰ্তা : সেনাৰ অগ্নিবীৰত ২৫,০০০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১ এপ্রিল ভাৰতীয় সেনা অগ্নিবীৰ নিযুক্তি–২০২৬ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে৷ এই নিযুক্তি অভিযানত ভাৰতীয় সেনাই অগ্নিবীৰ জেনেৰেল ডিউটী (জিডি), অগ্নিবীৰ টেকনিকেল, ক্লাক/ষ্টোৰকীপাৰ টেকনিকেল, ট্ৰেডছমেন, ছোল্ডাৰ ফার্মা,…

গার্হস্থ্য হিংসাক সামাজিক স্বীকৃতি দিলে তালিবান প্রশাসনে

নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : তালিবানী আইনত বৈধ হৈছে মধ্যযুগীয় দাস প্রথা৷ বিষয়টোক লৈ বিতর্কৰ মাজতে এইবাৰ পোহৰলৈ আহিছে ৯০ পৃষ্ঠাৰ ‘ক্রিমিনেল প্রচিডিঅ’ৰ কোড ফৰ ক’ৰ্টছ’ত গার্হস্থ্য হিংসাক আইনী স্বীকৃতি দিয়া হৈছে৷ ‘ৰাৱাডাৰি’ নামৰ এটা মানৱ অধিকাৰ…

আধাৰ কার্ডত নাথাকিব নাম–ঠিকনা-জন্মৰ তাৰিখ, নতুন mAdhar এপ প্রৱর্তন কেন্দ্রীয় চৰকাৰৰ

নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : এইবাৰ আমূল পৰিৱর্তন হ’ব আধাৰ কার্ডৰ৷ নতুন আধাৰ এপ প্রৱর্তনৰ পিছতে UIDAI-এ এইবাৰ আধাৰ কার্ডৰ সালসলনি কৰাৰ কথা চিন্তা কৰিছে৷ জানিব পৰা মতে, নতুনকৈ প্রৱর্তন কৰিবলগীয়া আধাৰ কার্ডত নাম, ঠিকনা, জন্ম তাৰিখ আৰু ১২…

খৰাং… পথাৰতে লেৰেলি শুকাইছে কৃষকৰ ৰবিশস্য

প্রচণ্ড খৰাঙৰ কবলত পৰিছে সমগ্র লখিমপুৰ জিলা৷ বিগত অক্টোবৰ মাহৰ পৰাই বৰষুণ নোহোৱাৰ ফলত এতিয়া সমগ্র জিলাখনৰ চৌদিশে এক মৰুসদৃশ পৰিৱেশ বিৰাজ কৰিছে৷ যাৰ ফলত অধিকাংশ কৃষিৰ ওপৰত নির্ভৰশীল লখিমপুৰ জিলাৰ সর্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ…

অষ্ট্রেলিয়াত টালি–টোপোলা লৈ প্ৰায় ১৫ ঘণ্টা ৰাজপথত কটালে পাক খেলুৱৈয়ে

📌 পাক হকী ফেডাৰেচনে পৰিশোধ কৰা নাছিল হোটেলৰ বিল নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : পকেটত পইচা নাই৷ তথাপি পাকিস্তানৰ হকী দলটোৱে এখন টুর্নামেণ্ট খেলিবলৈ বিদেশলৈ গৈছিল৷ কিন্তু ধন দিব নোৱাৰাৰ বাবে হোটেলত বাচন–বর্তন মাজিবলগীয়া হৈছিল পাকিস্তানৰ…

আজিৰে পৰা ৰমজানৰ পৱিত্র ৰোজা

📌 ৰাজ্যবাসীলৈ কেন্দ্রীয় হিলাল কমিটীৰ শুভেচ্ছা ডিজিটেল ডেস্ক, ১৯ ফেব্রুৱাৰী : আজিৰ পৰা সমগ্র দেশৰ লগতে অসমতো ইছলাম ধর্মাৱলম্বী লোকে পালন কৰিব ৰমজানৰ ৰোজা৷ ৰমজানৰ ৰোজা উপলক্ষে ইছলাম ধর্মাৱলম্বী লোকসকলে সম্পূর্ণ এমাহ উপবাসে থাকি পৰম কৰুণাময়…

সম্পাদকীয় : অনুশাসনহীনতা

জীৱনত মাথোঁ গতিয়ে কৰিছোঁ নে জীৱন এটা উদ্দেশ্যহীনভাৱে স্তব্ধ কৰি পেলাবলৈ যত্ন কৰিছোঁ, কথাবোৰ বিশ্লেষণ কৰি চোৱাৰ প্রয়োজন হৈছে৷ আমি বহুতে চাৰিআলিত থিয় হৈ যিবোৰ কথা আলোচনা কৰোঁ, এই কথাবোৰে দেশৰ প্রগতিৰ ক্ষেত্রত সহায় কৰিব নে নিজৰ বৌদ্ধিক…

১৯ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ ফেব্রুৱাৰী, ফাগুন মাহৰ ৬ তাৰিখ বৃহস্পতিবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : মধ্যম মেষ : প্রায়বোৰ কথাত মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন সংবাদ পাব পাৰে। শুভ ৰং বগা৷ শুভ…