২০২৬-২৭ বৰ্ষৰ লেখানুদান দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ
চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন ৷ আজি পুৱাৰে পৰা আৰম্ভ হৈছে অধিৱেশনৰ কাৰ্যসূচী। বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৬-২৭ বৰ্ষৰ লেখানুদান দাখিল কৰিছে। আগন্তুক বিত্তীয় বৰ্ষৰ ৪ মাহৰ বাবে অৰ্থাৎ ২০২৬-২০২৭ বৰ্ষৰ বাবে ২০২৬ বৰ্ষৰ এপ্ৰিল…