নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সম্পাদকীয় : নির্বাচনী ৰাজনীতিৰ ৰেহৰূপ

অসমত বিধানসভা নির্বাচনৰ ৰণদুন্দুভি বাজিছে৷ দিছপুৰৰ ৰাজপাত দখলৰ লক্ষ্যৰে শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷ একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ অভিলেখ গঢ়িবলৈ শাসকীয় বিজেপিৰ নেতৃত্ব জাগ্রত হৈছে৷ ৰাজ্যৰ ৰাজনীতিত…

গুৱাহাটীৰ নতুন টাৰ্মিনেলত ঘৰুৱা উৰণৰ তাৰিখ ঘোষণা, জানক সবিশেষ

২২ ফেব্ৰুৱাৰীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত ঘৰুৱা উৰণৰ চলাচল আৰম্ভ হ’ব। এই কথা সংবাদ মেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জনায় যে এতিয়ালৈ আন্তঃৰাষ্ট্ৰীয় উৰণসমূহ পুৰণি টাৰ্মিনেলৰ…

ফলাফল ঘোষণা কৰিও আচম্বিতে বাতিল APSC কৰ্তৃপক্ষৰ

পৰীক্ষাৰ দৰে স্পর্শকাতৰ বিষয়ত চাকৰিপ্রত্যাশীৰ জীৱনক লৈ এইবাৰ ল’ৰা–ধেমালিত লিপ্ত হ’ল অসম লোকসেৱা আয়োগ (এপিএছচি)৷ বিগত বর্ষৰ ২৩ মার্চত প্রকাশিত ১২/২০২৫ নং বিজ্ঞাপনমর্মে অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা–২০২৪ৰ ফলাফল আজি ঘোষণা কৰিও…

গ্ল’বেল ছাউথত ইণ্ডিয়া AI Impact ছামিটৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

গ্ল’বেল ছাউথত প্ৰথমবাৰৰ বাবে আয়োজন কৰা India AI Impact Summit-2026 সোমবাৰৰ পৰা আৰম্ভ হৈছে। আজি সন্ধিয়া এই সন্মিলনৰ আনুষ্ঠানিক উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজধানী দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত এই সন্মিলন ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০…

জ্ঞানেশ কুমাৰৰ নেতৃত্বত গুৱাহাটীত উপস্থিত ECI-ৰ প্ৰতিনিধি দল

তিনিদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল। বিয়লি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ উক্ত প্ৰতিনিধি…

কংগ্রেছী ৰাজনীতিত ছুনামি, নিমাওমাও লখিমপুৰ জিলা কংগ্রেছৰ কাৰ্যালয়

এক ৰাজনৈতিক ধুমুহা। প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই এৰিলে কংগ্রেছ দল। অসন্তুষ্টি প্ৰকাশেৰে মল্লিকাৰ্জুন খাৰ্গে  আৰু ৰাহুল গান্ধীলৈ লিখিলে পদত্যাগ পত্র। আজি কংগ্রেছ দলত ধুমুহা সৃষ্টি কৰা এই খবৰটো প্ৰকাশৰ পাছতে…

কংগ্ৰেছী বিধায়ক-ATASU নেতাৰ ৰাইজৰ দলত যোগদান, ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণ

অসমৰ ৰাজনৈতিক পৰিসৰত এক গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে। বৰ্তমানৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে আজি, ১৬ ফেব্ৰুৱাৰী সোমবাৰে, গুৱাহাটীস্থিত হোটেল লিলিত আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। প্ৰাক্তন APCC সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগৰ…

১১ দিন কাৰাগাৰত থকাৰ পিছত ৰাজপাল যাদৱৰ জামিন লাভ

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰী সোমবাৰে জামিন লাভ কৰিছে। ২০১৮ চনৰ এক চেক বাউন্স গোচৰত আইনী নিৰীক্ষণৰ অধীনত থকা অভিনেতাগৰাকীক আদালতে ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ…

খৈৰাবাৰীত ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছৰ ষ্টপেজৰ শুভাৰম্ভণি

বৃহত্তৰ খৈৰাবাৰীবাসীৰ বাবে আজি পুৱাই আহিল এটা ভাল খবৰ। খৈৰাবাৰীত ডেকাৰগাঁও--গুৱাহাটী ইন্টাৰচিটি ৰেলৰ ষ্টপেজ দিয়াৰ বাবে ৰেল কৰ্তৃপক্ষই অনুমোদন দিয়াৰ পিছতে আজি খৈৰাবাৰীত ৰখোৱা হয় ইন্টাৰচিটি ৰেলখন। আজি পুৱা ৮.২০ বজাত বিটিচিৰ কাৰ্যবাহী…

বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকা-নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ পালন

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু ৰাউল কৌশিক নাথ ফাউণ্ডেশ্বনৰ উদ্যোগত বিশ্ব-ভাৰতীৰ ভাষা ভৱন আৰু অসমীয়া বিভাগৰ সহযোগিতাত যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে শান্তি নিকেতনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ ‘লিপিকা প্ৰেক্ষাগৃহ’ত মন কবিতা শীৰ্ষক এক…