নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কংগ্ৰেছ-AIUDFৰ নিলম্বিত ৩ বিধায়কৰ অগপত যোগদানৰ কুচকাৱাজ

অসমৰ ৰাজনীতিত নতুন মোৰ। কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ, AIUDFৰ নিলম্বিত বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু ৬ বছৰে AIUDFৰ দলীয় দায়িত্বৰ পৰা আঁতৰাই ৰখা কৰিমুদ্দিন বৰভূঞাই আজি অগপ নেতৃত্বৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। স্থানীয় ৰাজনৈতিক মহলৰ…

কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক শক্তিৰ সক্রিয়তা অধিক তৎপৰ কৰি তোলা হৈছে। এই ক্ষেত্ৰত দলীয় কার্যকৰ্তাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয়…

২০০৯ৰ পাছত প্ৰথমবাৰৰ বাবে লীগ ষ্টেজৰ পৰা বাহিৰ অষ্ট্ৰেলিয়া, কপাল ফুলিল জিম্বাবোৱেৰ

২০২৬ টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াক বৰষুণে দিলে মোক্ষম আঘাত। অবিৰত বৰষুণৰ বাবে জিম্বাবোৱে আৰু আয়াৰলেণ্ডৰ মাজৰ খেলখন টছ নকৰাকৈ বাতিল কৰা হৈছে। ইয়াৰ ফলস্বৰূপে জিম্বাবোৱে ছুপাৰ-৮ পৰ্যায়লৈ স্থান নিশ্চিত কৰিছে, আৰু অষ্ট্ৰেলিয়া ২০২৬ টি-২০…

তাৰিক ৰহমানৰ নেতৃত্বত বাংলাদেশত BNP চৰকাৰ, দেশৰ ১১সংখ্যক প্ৰধানমন্ত্ৰী হিচালে শপত গ্ৰহণ

মঙলবাৰে বাংলাদেশে নতুন প্ৰধানমন্ত্ৰী হিচাপে পালে তাৰিক ৰহমানক। বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ সভাপতি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী খালিদা জিয়াৰ পুত্ৰ হিচাপে তেওঁ দেশৰ নেতৃত্ব গ্ৰহণ কৰিলে। তাৰিক ৰহমান দেশৰ ১১তম প্ৰধানমন্ত্ৰী। সাম্প্ৰতিক নিৰ্বাচনত…

কাইলৈ মিচিংসকলৰ প্ৰাণৰ আলি-আয়ে-লৃগাং 

ফাগুন মানেই যেন ৰঙা ৰঙা শিমলু ফুলবোৰ ফুলাৰ সময় ৷ এই ৰঙা শিমলু ফুলে হৃদয়ৰ ৰক্তাক্ততা বিৰিঙায় ৷ উথলি উঠে মন-প্ৰাণ। পলাশ-মদাৰৰ তেজৰঙী আভাই চৌদিশে এক নৱ চেতনাৰ উন্মেষ ঘটাইছে। গছৰ ডালে ডালে ন-কুঁ‌হিপাতৰ সেউজীয়া পৃথিৱীয়ে বুকুৰ মাজলৈ বাসন্তীৰ মৃদু…

পাঁচজনক নতুন জীৱন দিয়া ১০ মহীয়া এলিন শ্বেৰিনক ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায়

ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : মাথোঁ দহ মাহৰ বাবে আহি মানৱতাৰ বাণী বিলাই গ'ল এটি কণমানিয়ে। কেৰালাত এক আৱেগিক পৰিৱেশত শেষ বিদায় জনোৱা হ'ল ১০ মহীয়া শিশু এলিন শ্বেৰিন আব্ৰাহামক, যি ৰাজ্যখনৰ সৰ্বকনিষ্ঠ অংগদাতা। দেওবাৰে বিপুল জনসমাগমৰ মাজত…

অসমত ৰাজনৈতিক কঁপনি : অপেক্ষা ভূপেন বৰা–মুখ্যমন্ত্ৰীৰ সন্ধিয়া ৭ বজাৰ বৈঠকলৈ

সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগক কেন্দ্ৰ কৰি হাই-ভোল্টেজ ৰাজনৈতিক নাটকীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া আজি সন্ধিয়া ৭ বজালৈ এই নাটকৰ এক নাটকীয় পৰিণতি আশা কৰা হৈছে। সকলো দৃষ্টি এতিয়া গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত…

বংগ অভিমুখী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, ৰাজপথতে জ্বলি ভস্মীভূত

গোসাঁইগাঁৱৰ কচুগাঁওৰ ৰাইখংবাৰী অঞ্চলত ২৭ নং ৰাষ্ট্ৰীয় পথ এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বংগ অভিমুখে গৈ থকা এখন তেলভৰ্তি টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় পথত বাগৰি পৰে আৰু মুহূৰ্ততে জুয়ে ছানি ধৰে। দৃশ্যটো ইমানেই ভয়ংকৰ আছিল যে…

মুম্বাইৰ হাস্পতালত ভৰ্তি ছেলিম খান, পিতৃৰ ওচৰত বলীউডৰ ভাইজান ছলমান খান

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : ছলমান খানৰ পিতৃ তথা প্ৰবীণ চিত্ৰনাট্যকাৰ ছেলিম খানক মুম্বাইৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগী আৰু চলচ্চিত্ৰ জগত চিন্তিত হৈ পৰিছে। উল্লেখ্য যে বলীউডৰ অভিনেতা ছলমান খানৰ পিতৃ তথা…

বেদেতী ষ্টেচনত আজিৰে পৰা ৰ’ব দুখনকৈ যাত্ৰীবাহী ৰে’ল

পূব বিহালী তথা বেদেতীবাসীৰ বাবে ভাল খবৰ। বিহালীৰ বেদেতী ৰেলৱে ষ্টেচনত ৰ'ব উজনিমুৱা ৰঙিয়া মুৰ্কংচলেক আৰু ডেকাৰগাঁও মুৰ্কংচলেক দুখনকৈ যাত্ৰীবাহী ৰেল। উল্লেখযোগ্য যে উক্ত ৰেলৱে ষ্টেচনত পূৰ্বে ৰেল ৰখোৱাৰ ব্যৱস্থা আছিল যদিও কভিডৰ সময়ত বাতিল কৰা…