নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পানীখাইতীত সংঘাত, দুজন যুৱকক প্ৰহাৰ মিঞাৰ

মহানগৰীৰ পানীখাইতী অঞ্চলত বুধবাৰে সংঘটিত এক সংঘাতত দুজন যুৱক গুৰুতৰভাৱে আহত হয়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, তিনিজন যুৱকে বুধবাৰে পানীখাইতীৰ চাপৰিত সূৰ্যাস্ত চাই থাকোঁতে একাংশ আন যুৱকৰ সৈতে…

‘প্রতিদিন’ৰ স্বত্বাধিকাৰৰ বাবে ২০০৬ত চৰকাৰ কৰিব নোৱাৰিলে AGP-এ

আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে ১৮ৰ পৰা ১৯খনহে আসন পাব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মুখ্যমন্ত্রী ড০ শর্মাই এই মন্তব্য কৰি কয় যে কংগ্রেছৰ এই আসন হ্রাসৰ মূল কাৰণ হ’ব ‘অসমীয়া প্রতিদিন’ৰ স্বত্বাধিকাৰ তথা সম্পাদক জয়ন্ত…

শুভবার্তা : ৰাজ্যৰ চাহ ৰপ্তানি ৪০ নিযুত কিঃগ্রাঃলৈ বৃদ্ধি

অসমৰ পৰা এইবাৰ চাহ ৰপ্তানি ৪০ মিলিয়ন কিলোগ্রামলৈ বৃদ্ধি পাইছে৷ বর্ধিত ৰপ্তানিৰ ৫০ শতাংশই অর্থডক্স চাহ৷ সুদীর্ঘ ২৫ বছৰৰ পাছত অসমৰ চাহৰ উৎপাদন বৃদ্ধি পাইছে৷ এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে…

ভেলেণ্টাইন ডে’ত মোদীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং

📌 ১৪ ফেব্রুৱাৰীত মৰাণৰ ৰাষ্ট্রীয় ঘাইপথত অৱতৰণ কৰিব প্রধানমন্ত্রীৰ বিমান ডিজিটেল ডেস্ক, ১২ ফেব্রুৱাৰী : অহা ১৪ ফেব্রুৱাৰীত এদিনীয়া কার্যসূচীৰে অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রীৰ অসম ভ্রমণৰ কার্যসূচীৰ বিষয়ে সদৰী কৰি…

‘বন্দে মাতৰম’ গোৱাৰ সময়ত থিয় দিয়াটো বাধ্যতামূলক, পৰিৱেশনৰ সময় ১৯০ ছেকেণ্ড

ৰাষ্ট্রীয় গীত ‘বন্দে মাতৰম’ গোৱাৰ বিধি নির্ণয় কৰি দিছে কেন্দ্রীয় চৰকাৰে৷ ৰাষ্ট্রীয় সংগীত ‘জন গণ মন’ৰ দৰেই এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানত পৰিৱেশন কৰা হ’ব ৰাষ্ট্রীয় গীত৷ ‘বন্দে মাতৰম’ পৰিৱেশনৰ সময়ত সকলোৱে উঠি থিয় হ’ব লাগিব৷ বুধবাৰে পুৱা…

টি-২০ বিশ্বকাপত আজি নামিবিয়াৰে মুখামুখি হ’ব টীম ইণ্ডিয়া

বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মা অবিহনে আজি টি–২০ বিশ্বকাপৰ মেচত ভাগ ল’ব টীম ইণ্ডিয়াই৷ ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে চলি থকা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ কাইলৈ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া গ্রুপ ‘এ’ৰ মেচখনত ঘৰুৱা দল টীম…

সম্পাদকীয় : সমস্যাটো ক’ত

এখন দেশৰ ভৱিষ্যৎ শিক্ষা ব্যৱস্থাৰ ওপৰতো নির্ভৰ কৰে৷ সেয়ে শিক্ষা ব্যৱস্থা সন্দর্ভত আলোচনা কৰাটো অতিকৈ প্রয়োজন৷ সম্প্রতি অভিভাৱকসকলে চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়তহে সন্তানক নামভর্তি কৰাই দিয়ে৷ বহু লোকে ধাৰণা কৰি লয় যে চৰকাৰী বিদ্যালয়ত…

১২ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ফেব্রুৱাৰী, মাঘ মাহৰ ২৯ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণা দশমী, নক্ষত্র : জ্যোষ্ঠা, যাত্রা : নাই মেষ : মজলীয়া ফল৷ বাঞ্ছিত কর্মত কিছু অগ্রগতি৷ ভাই–ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা৷ সু–সংবাদ লাভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷ বৃষ :…

স্পেইনলৈ আমন্ত্ৰিত তেজপুৰৰ গৱেষক মেধাৱী ছাত্ৰ অভীপ্সিত কলিতা 

স্পেইনৰ বাৰ্চিলোনা চহৰত চলিত বৰ্ষৰ ৬-১০ জুলাইত ইউৰোপীয় স্নায়ৱিক বিজ্ঞান মহাসংঘৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া স্নায়ৱিক বিজ্ঞান (Neuroscience) বিশ্বৰ শীৰ্ষতম স্নায়ৱিক মহাসন্মিলনলৈ আমন্ত্ৰিত হৈছে তেজপুৰৰ সন্তান তথা স্নায়ৱিক বিজ্ঞানৰ গৱেষক…

মৰিয়নিৰ ভাৰতী ৰয়লৈ ৰাষ্ট্ৰীয় সন্মান ‘ভাৰত গৌৰৱ’ সন্মান

মৰিয়নি নগৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা-মহিলা সমাজসেৱিকা ভাৰতী ৰয়ে সৰ্বভাৰতীয় পৰ্য্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে। সামাজিক কামকাজৰ লগতে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ভাৰতী ৰয়লৈ 'ভাৰত গৌৰৱ' সন্মান প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ খেলো ভাৰত বুক অৱ…