বিশ্বনাথৰ ড০ ৰিমঝিম বৰদলৈৰ সফলতা
অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন উপলক্ষে কেন্দ্ৰীয় আকাশ উপ সমিতিৰ ৩৫ বছৰ উৰ্ধ্বৰ মহিলাৰ মাজত প্ৰৱন্ধ লিখা প্ৰতিযোগিতাত সফলতা লাভ কৰিছে বিশ্বনাথৰ জীয়ৰী ড০ ৰিমঝিম বৰদলৈয়ে।
'আজিৰ পৰিৱেশত সন্তানৰ প্ৰতি মাতৃৰ…