আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি মহোৎসৱ
নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ১ জানুৱাৰী : ৰাজ্যৰ প্ৰধান ৯খনকৈ বিল তথা উল্লেখনীয় পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম ৷ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাভা হাছং এলেকাৰ ৰাজাপাৰাত অৱস্থিত…