নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মুকলিৰ পথত গুৱাহাটী বিমানবন্দৰৰ নতুন টার্মিনেল

লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত শীঘ্রে উদ্বোধন হ’ব নৱনির্মিত টার্মিনেল– টি–২৷ এই নৱনির্মিত টার্মিনেল –টি–২ উদ্বোধনৰ লগে লগে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ কেৱল আন্তঃগাঁথনিৰ ক্ষেত্রতেই নহয়, যোগাযোগ ব্যৱস্থা,…

দেশৰ যুৱচামৰ মাজত বাঢ়িছে হৃদৰোগত মৃত্যুৰ হাৰ, কাৰণ জানিলে হ’ব আচৰিত?

ক’ভিড মহামাৰীৰ পিছৰে পৰা দেশৰ তৰুণ প্রজন্মৰ মাজত বৃদ্ধি পাইছে হূদৰোগত মৃত্যুৰ হাৰ৷ অনেকেই ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰিছে হুৰমুৰকৈ তৈয়াৰ কৰি প্রয়োগ কৰা ক’ভিডৰ টিকা প্রদান৷ ইয়াকে লৈ দিল্লীৰ এইমছত চলিছে গৱেষণা৷ দিল্লীৰ এইমছৰ চিকিৎসক তথা গৱেষক…

দুৰ্দান্ত শতৰান কৰি বিশ্বকাপৰ পূর্বে নির্বাচকক বার্তা যশস্বীৰ

টীম ইণ্ডিয়াৰ টি–২০ দলত নাই তেওঁ৷ সেইবাবে ক্রিকেটৰ সংক্ষিপ্ত সংস্কৰণত দললৈ উভতি আহিবৰ বাবে চেষ্টাৰ ত্রুটি কৰা নাই যশস্বী জয়ছোৱালে৷ তেওঁৰ বাবে প্রত্যুত্তৰ দিয়াৰ মঞ্চ চৈয়দ মুস্তাক আলী ট্রফী৷ এই ঘৰুৱা প্রতিযোগিতাৰ দ্বিতীয়খন মেচতে বিধ্বংসী…

IPLৰ নিলামত ৰাজস্থান ৰয়েলছৰ হৈ অংশ ল’ব তিনি অনুৰাগীয়ে

আবুধাবিত কাইলৈ হ’ব লগা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামৰ বাবে সাজু হৈছে ৰাজস্থান ৰয়েলছ৷ এইবাৰ ৰয়েলছে নিলামত খেলুৱৈ বাছনি প্ৰক্ৰিয়াত দলটোৰ অনুৰাগীকো সংযুক্ত কৰিছে৷ সেই অনুসৰি নিলামৰ সময়ত আৰ আৰ দলৰ প্ৰতিনিধিৰূপে তিনিগৰাকী যুৱ…

Decoding জীৱন : মই ক’ম মই ক’ম

ড০ পার্থসাৰথি মহন্ত কথা৷ সকলোৱে কয়৷ সকলোকে ক’বলৈ লাগে৷ শুনিবলৈ কাৰো সময় নাই৷ আচলতে ইচ্ছা নাই৷ কথা ক’বলৈ এতিয়া প্রতিযোগিতা৷ অনানুষ্ঠানিক কথা–বতৰা প্রায়ে উদ্দেশ্য নোহোৱাকৈয়ে আৰম্ভ হয়৷ কেইজনমান মানুহ ক’ৰবাত বহি আছে৷ কোনোবা এজনে কথা ক’বলৈ…

এইবাৰ মাটিৰ অধিকাৰ বিচাৰি লখিমপুৰ কঁপালে গোৰ্খা ৰাইজে

যিমানে আগন্তুক বিধান সভা নিৰ্বাচনৰ সময় চমু চাপিছে  সিমানেই ৰাজ্যত বিভিন্ন দল সংগঠনে তেও লোকৰ বিভিন্ন দাবী পুৰণৰ বাবে কৰি অহা আন্দোলন তীব্রতৰ কৰি তুলিছে। জনজাতি কৰণ, স্বায়ত্তশাসন, ভূমিৰ অধিকাৰ আদি বিভিন্ন দাবীত চলা আন্দোলন প্ৰতিবাদ ক্ৰমে…

ভূৰাগাঁও উন্নয়ন খণ্ডত দিনৰ ১২ বজালৈ অনুপস্থিত কৰ্মচাৰী

চৰকাৰী কাৰ্যালয়ত চৰকাৰী বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনাই সকলোৰে চকু কপালত তুলিছে। দুপৰীয়া ১২ বজালৈকে মৰিগাঁও জিলাৰ ভূৰাগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ত উপস্হিত নাই এজনো চৰকাৰী বিষয়া কৰ্মচাৰী। সকলো কৰ্মচাৰী কোঠাত পৰি ৰৈছে কেৱল খালী চকী । দূৰ…

আইচিচিৰ Player of the Month-ৰ বঁটা আঁজুৰিলে তাৰকা শ্বেফালিয়ে

ভাৰতীয় মহিলা ক্ৰিকেটৰ উদীয়মান তাৰকা শ্বেফালি বাৰ্মাক নৱেম্বৰ মাহৰ বাবে ICC Women’s Player of the Month হিচাপে ঘোষণা কৰা হৈছে। Women’s World Cupৰ ফাইনেলত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবেই এই সন্মান লাভ কৰে ২১ বছৰীয়া বেটাৰগৰাকীয়ে। শ্বেফালিৰ…

যমুনা নৈৰ বুকুত অত্যধিক পাৱাৰৰ মেচিন ব্যৱহাৰেৰে বালি খনন, নীৰৱ হোজাই বন বিভাগ

নিয়মীয়া বাৰ্তা, ডবকা, ১৫ ডিচেম্বৰ : হোজাই বন বিভাগৰ একংশ উচ্চপদস্থ বিষয়াৰ নেতৃত্বত অবৈধ বালি সৰবৰাহ অব্যাহত আছে ৷ হোজাই জিলাৰ ডবকা আঞ্চলিক বন বিষয়াৰ অধীনস্থ যমুনা নৈৰ বিভিন্ন প্ৰান্তত বালি মাফিয়াই চলাই গৈছে অবৈধ বালি সৰবৰাহ৷ দৈনিক যমুনা…

ৰাজ্যিক মৰ্যাদাৰে পি জি বৰুৱাৰ শেষকৃত্য সম্পন্ন

জ্যেষ্ঠ সাংবাদিক তথা দ্য আছাম ট্ৰিবিউনৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ শেষকৃত্য সোমবাৰে দুপৰীয়া গুৱাহাটীৰ নবগ্ৰহ শ্মশানত পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। ৯০ ঊৰ্ধ্ব সাংবাদিকগৰাকী, পদ্মশ্ৰী সন্মানপ্ৰাপ্ত পি জি বৰুৱাই দেওবাৰে নিশা…