নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাজ্যিক মৰ্যাদাৰে পি জি বৰুৱাৰ শেষকৃত্য সম্পন্ন

জ্যেষ্ঠ সাংবাদিক তথা দ্য আছাম ট্ৰিবিউনৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ শেষকৃত্য সোমবাৰে দুপৰীয়া গুৱাহাটীৰ নবগ্ৰহ শ্মশানত পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। ৯০ ঊৰ্ধ্ব সাংবাদিকগৰাকী, পদ্মশ্ৰী সন্মানপ্ৰাপ্ত পি জি বৰুৱাই দেওবাৰে নিশা…

ইতিহাস হ’ল পল্টনবজাৰ, ASTCয়ে পালে নতুন ঠিকনা

সলনি হ'ল অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা। পল্টনবজাৰৰ বিপৰীতে ৰূপনগৰত আজি মুকলি কৰা হ'ল ASTCৰ মুখ্য কাৰ্যালয়। পৰিবহন মন্ত্ৰী চৰণ বড়োৱে উদ্বোধন কৰে মুখ্য কাৰ্যালয়টো। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰকাৰীৰ লগতে উপস্থিত থাকে নিগমৰ…

ব্ৰহ্মপুত্ৰত নিখোজ হোৱা আৰু এজনৰ মৃতদেহ উদ্ধাৰ, এতিয়াও সন্ধানহীন ৩

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ পাঁচ দিন পিছত সোমবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী (NDRF)-এ আৰু এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাত এতিয়াও তিনিজন লোক নিখোজ হৈ আছে। উদ্ধাৰ কৰা মৃতদেহটো বিশ্বনাথ চাৰিআলিৰ…

হাউলীত বৃহৎ পৰিমাণৰ জালনোট জব্দ, ধৃত ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : বৰপেটাৰ হাউলীত বৃহৎ পৰিমাণৰ জালনোট জব্দ হয় । আৰক্ষী আৰু হাউলীস্থ এছ এছ বিৰ ৬৪ বেটেলিয়নৰ যৌথ অভিযানত জব্দ হয় ১ লাখ ২৫ হাজাৰ টকাৰ জালনোট । আৰক্ষী আৰু এছ এছ বিৰ ৬৪ বেটেলিয়নে অভিযান চলাই জালনোটসমূহ জব্দ কৰাৰ…

অসম বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী নিযুক্তি বিজেপিৰ

অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে আজি নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলৰ নাম ঘোষণা কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইয়াত অনুমোদন জনাইছে। দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা সাংসদ বৈজয়ন্ত পাণ্ডাক অসম বিধানসভা নিৰ্বাচনৰ…

নিউয়র্কৰ পৰা টকিঅ’লৈ— বিৰাম নোলোৱা মেছিৰ বিলাসী জেটৰ ছিৰিত আছে কি ?

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : বিমান নহয়, যেন আকাশত উৰন্ত প্রাসাদ৷ মেছিৰ প্রাইভেট জেটখনৰ এনেদৰেই বর্ণনা কৰিব পাৰি৷ শনিবাৰে পুৱতিনিশা প্রাইভেট জেটেৰে কলকাতাত পদার্পণ কৰিছিল ফুটবলৰ ৰাজপুত্রই৷ ডিচেম্বৰৰ অতিপাত শীতৰ মাজতো হাজাৰ হাজাৰ মানুহে মাজনিশা…

ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন ব্যক্তি

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ সৰু-মাটিখোলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন ব্যক্তি। তীব্ৰবেগী মটৰচাইকেলৰ প্ৰচণ্ড খুন্দা পথৰ কালভাৰ্টত। জিৰিকিন্দেং-খেৰণি সংযোগী পথত সৰু-মাটিখোলাৰ এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই…

ঢকুৱাখনা তাই সাংস্কৃতিক গৱেষণা-বিকাশ কেন্দ্ৰ অসমৰ নতুন সমিতি গঠন

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৫ ডিচেম্বৰ : ঢকুৱাখনা 'তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ অসম'ৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে অনুষ্ঠিত হৈ যায়। তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ প্ৰাংগণত দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা সাধাৰণ…

জুবিন হত্যাকাণ্ডৰ চার্জশ্বীটত চাঞ্চল্যকৰ তথ্য

দিন বাগৰাৰ লগে লগে পোহৰলৈ আহিবলৈ ধৰিছে জুবিন হত্যাকাণ্ডৰ চাঞ্চল্যকৰ বহু তথ্য৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে যোৱা ১২ ডিচেম্বৰত কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ১২,২৭০ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ চার্জশ্বীটখন…

সাহিত্যিক ৰীতা চৌধুৰীৰ ডাঙৰ ঘোষণা, উদীয়মান শিল্পীলৈ জুবিন গার্গৰ পডকাষ্টৰ ধন

প’ডকাষ্টত প্রিয় শিল্পীৰ অন্তিমটো ‘অসম্পাদিত কথোপকথন’ শীর্ষক সাক্ষাৎকাৰটোৰ পৰা অর্জন কৰা ধনেৰে গঠন কৰা পুঁজিৰে ৰাজ্যৰ উদীয়মান শিল্পীলৈ উৎসাহ যোগোৱাৰ পৰিকল্পনাৰে অসমীয়াৰ আৱেগ জুবিন গার্গলৈ সশ্রদ্ধ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ কথা ঘোষণা কৰিছে বিশিষ্ট…