নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢকুৱাখনা তাই সাংস্কৃতিক গৱেষণা-বিকাশ কেন্দ্ৰ অসমৰ নতুন সমিতি গঠন

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৫ ডিচেম্বৰ : ঢকুৱাখনা 'তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ অসম'ৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে অনুষ্ঠিত হৈ যায়। তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ প্ৰাংগণত দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা সাধাৰণ…

জুবিন হত্যাকাণ্ডৰ চার্জশ্বীটত চাঞ্চল্যকৰ তথ্য

দিন বাগৰাৰ লগে লগে পোহৰলৈ আহিবলৈ ধৰিছে জুবিন হত্যাকাণ্ডৰ চাঞ্চল্যকৰ বহু তথ্য৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে যোৱা ১২ ডিচেম্বৰত কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ১২,২৭০ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ চার্জশ্বীটখন…

সাহিত্যিক ৰীতা চৌধুৰীৰ ডাঙৰ ঘোষণা, উদীয়মান শিল্পীলৈ জুবিন গার্গৰ পডকাষ্টৰ ধন

প’ডকাষ্টত প্রিয় শিল্পীৰ অন্তিমটো ‘অসম্পাদিত কথোপকথন’ শীর্ষক সাক্ষাৎকাৰটোৰ পৰা অর্জন কৰা ধনেৰে গঠন কৰা পুঁজিৰে ৰাজ্যৰ উদীয়মান শিল্পীলৈ উৎসাহ যোগোৱাৰ পৰিকল্পনাৰে অসমীয়াৰ আৱেগ জুবিন গার্গলৈ সশ্রদ্ধ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ কথা ঘোষণা কৰিছে বিশিষ্ট…

চৰাই চিকাৰত বাধা দিয়া অসমীয়াক প্ৰহাৰ নগাৰ, মেৰাপানী সীমান্তৰ জয়পুৰত তীব্র উত্তেজনা

নিয়মীয়া বার্তা, মেৰাপানী, ১৫ ডিচেম্বৰ : অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ জয়পুৰ গাঁৱত কালি বিয়লি তীব্র উত্তেজনাৰ সৃষ্টি হয়৷  আবেলি ৪ মান বজাত চুবুৰীয়া নাগালেণ্ডৰ পৰা অহা ১১জনীয়া অস্ত্রধাৰী চিকাৰীৰ দলে জয়পুৰ গাঁৱত চৰাই চিকাৰ কৰিবলৈ আহি…

দ্য আছাম ট্রিবিউনৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

অসমৰ সংবাদ ইতিহাসৰ এগৰাকী অন্যতম মহীৰূহ প্রফুল্ল গোবিন্দ বৰুৱা আৰু আমাৰ মাজত নাই৷ কালি মহানগৰীৰ এপল’ হাস্পতালত মহীৰূহগৰাকীৰ পৰলোকপ্রাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৬ বছৰ৷ দীর্ঘদিন ধৰি বিশিষ্ট সাংবাদিকগৰাকী বার্ধক্যজনিত ৰোগত…

অষ্ট্রেলিয়াত সন্ত্রাসবাদীৰ নির্বিচাৰ গুলীত নিহত ১৫, ইহুদীৰ উৎসৱক লক্ষ্য কৰি ভয়ংকৰ আক্রমণ

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : এইবাৰ অষ্ট্রেলিয়াত পেহেলগামসদৃশ সন্ত্রাসবাদীৰ আক্রমণ৷ ছিডনীৰ বণ্ডী সমুদ্রতীৰত ইহুদীসকলৰ এটা উৎসৱ চলি থকাৰ মাজতে দুই বন্দুকধাৰীয়ে জধে–মধে গুলী চলাবলৈ আৰম্ভ কৰে৷ প্রত্যক্ষদর্শীয়ে দাবী কৰা মতে, বন্দুকধাৰীসকলে কমেও…

কোন দিশে অসম ক্রিকেট

বিগত কেইবছৰমানৰ পৰা অসম ক্রিকেটত কিছুমান নোহোৱা-নোপজা ঘটনা সংঘটিত হ’ব ধৰিছে৷ বিশেষকৈ অসমত মহিলা বিশ্বকাপ ক্রিকেটৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে নিয়মীয়াভাৱে আন্তর্জাতিক ক্রিকেট মেচ অনুষ্ঠিত কৰা হৈছে৷ আইপিএলৰ অন্যতম দল ৰাজস্থান ৰয়েলছৰ হোম গ্রাউণ্ড…

১৫ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ ডিচেম্বৰ, আঘোণ মাহৰ ২৮ তাৰিখ, সোমবাৰ মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ শৰীৰ খুব ভালেৰে যোৱা টান হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷ বৃষ : কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক…

বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ ডিচেম্বৰ : বৰপেটা জিলাৰ চেঙাৰ বাঘমাৰা চৰৰ ঐতিহ্যমণ্ডিত বিদ্যালয় বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যোৱা ৯ ডিচেম্বৰৰ পৰা ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৪৯সংখ্যক বিদ্যালয় সপ্তাহৰ আজি সামৰণি পৰে।…

ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ১৪ ডিচেম্বৰ : ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সুৰুজ দত্তই নতুনকৈ থানাখনত যোগদান কৰিয়েই এটাৰ পিছত আন এটা অভিযান চলাইছে ড্ৰাগছৰ বিৰুদ্ধে। ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সুৰুজ দত্তই এক গোপন সূত্ৰৰ পম খেদি আজি দিনৰ ভাগত…