পৰ্বতঝোৰাত ৰেলৰ খুন্দাত নিহত যুৱক
পৰ্বতঝোৰা টিপকাইত ৰেলৰ খুন্দাত নিহত এজন যুৱক।
নিশা ৰেল পথ অতিক্ৰম কৰোঁতে ৰেলৰ খুন্দাত নিহত হোৱাৰ সন্দেহ!
নিহত যুৱকজন ছিলকীখাতা প্ৰথম খণ্ড গাঁৱৰ দাহাৰ বসুমতাৰী।
RPF বাহিনীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে DMCHলৈ…