আন্তঃচৰকাৰী কমিটীৰ অধিৱেশনত ঘোষণা, ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত দীপাৱলী
ইউনেস্ক’ৰ ‘মানৱতাৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকা’ত অন্তর্ভুক্ত হৈছে ভাৰতৰ পোহৰৰ উৎসৱ দীপাৱলী৷ যোৱা ৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ২০সংখ্যক ইউনেস্ক’ আন্তঃচৰকাৰী কমিটীৰ সত্রত এই ঘোষণা কৰা হয়৷
দিল্লীৰ লালকিল্লাত অহা ১৩ ডিচেম্বৰলৈ চলিবলগীয়া এই…