নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ফাষ্ট ফুডৰ গাড়ীত অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত AS 06 Flavour Factory

দুলীয়াজানৰ ভাৰতীয় ষ্টেট বেংকৰ সমীপত ৰখাই থোৱা অৱস্থাত থকা এখন ফাষ্ট ফুডৰ গাড়ীত অগ্নিকাণ্ড সংঘটিত হৈছে। AS06 Flavour Factory নামৰ ফাষ্ট ফুডৰ গাড়ীখনত গ্ৰাহকক খাদ‍্য যোগান ধৰি থকা অৱস্থাতেই হঠাৎ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত…

মক্কা-মদিনাৰ মছজিদত কি নিষিদ্ধ ঘোষণা কৰিলে ছৌদি আৰবে…

নিউজ ডেস্ক, ১২ ডিচেম্বৰ : ছৌদি চৰকাৰৰ সূত্রৰ উদ্ধৃতি দি প্রকাশিত বাতৰি মতে, যোৱা কিছু বছৰৰ পৰা হজযাত্রীসকলৰ একাংশৰ মাজত ম’বাইল ফোনেৰে ছবি আৰু ভিডিঅ’ তোলাৰ প্রৱণতা বৃদ্ধি পাইছে৷ ফলত ধর্মীয় ৰীতি–নীতি পালন আৰু ভিৰ নিয়ন্ত্রণত সমস্যা আহি পৰিছে৷…

চণ্ডীগড়ত হাৰিল ভাৰত, টি–২০ শৃংখলাত সমতা স্থাপন দক্ষিণ আফ্রিকাৰ

দক্ষিণ আফ্রিকাই চলিত পাঁচখনীয়া টি–২০ শৃংখলাত সমতা স্থাপন কৰিছে৷ নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন মেচত প্রটিয়াজ বাহিনীয়ে টীম ইণ্ডিয়াক ৫১ ৰানত পৰাস্ত কৰে৷ মেচখনত দক্ষিণ আফ্রিকাই জয়ৰ বাবে বান্ধি দিয়া ২১৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি তিলক…

অপেক্ষাৰ অন্ত : আজি আদালতত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বীট

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ : দুমাহ ২০ দিনজোৰা তদন্তৰ অন্তত অৱশেষত আজি ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিয়ে আদালতত দাখিল কৰিব অসমীয়াৰ আৱেগ জুবিন গার্গৰ ৰহস্যজনক মৃত্যু সন্দর্ভত যুগুত কৰা প্রথমখন অভিযোগনামা৷ যোৱা ১৯…

ভীমৰাজ : আমাৰ পুলিচ চৰাই

মানস প্ৰতিম দত্ত পুলিছ চৰাই! নামটো আচৰিত নহয়নে? পিছে, আমি পুলিছ চৰাই বোলা চৰাই এবিধ আমাৰ অসমৰে বাসিন্দা।পুলিছে হুইচেল বজালে হোৱা শব্দৰ দৰেই মাতৰ গৰাকী এই চৰাইবিধৰ নামেই হৈছে ভীমৰাজ চৰাই। ভাৰতৰ বহু ঠাইত ইয়াক স্থানীয় নাম দিছে কোতৱাল (যাৰ…

প্লাষ্টিক আৱর্জনা

পৰিৱেশ সংকটৰ অন্যতম কাৰক প্লাষ্টিক আৱর্জনা৷ দৈনন্দিন জীৱনত আমি সকলোৱে ব্যৱহাৰ কৰা প্লাষ্টিক আৰু পলিথিনজাতীয় বস্তুৱে মূৰকত প্লাষ্টিক আৱর্জনাৰূপে পৰিৱেশ প্রদূষণ কৰে৷ ই আধুনিক যুগৰ অভিশাপৰূপে বিবেচিত হৈছে৷ বটলৰ পৰা পেকেজিঙৰ বাবে ব্যৱহাৰ…

১২ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ডিচেম্বৰ, শুকুৰবাৰ মেষ : আজি দিনটো মধ্যম। স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। কোনো নতুন কাম আৰম্ভ নকৰিব, লোকচান হ'ব পাৰে। চাকৰি আৰু ব্যৱসায় দুয়োটাতে বাধা-ব্যাঘাতৰ সম্ভাৱনা। পৰিয়ালত মতবিৰোধ বৃদ্ধি পাব পাৰে। শুভ সংখ্যা- ৯, শুভ…

ইণ্ডিগ’ৰ ডাঙৰ ঘোষণা : বাতিল ফ্লাইটৰ যাত্ৰীলৈ ক্ষতিপূৰণ ভাউচাৰ

ইণ্ডিগ’-এ শেহতীয়াকৈ নিজৰ হাজাৰ হাজাৰ যাত্ৰীভোগীলৈ হোৱা অসুবিধা স্বীকাৰ কৰি এটা  ডাঙৰ সিদ্ধান্ত লবলৈ বাধ্য হৈছে। সংস্থাটোৱে ঘোষণা কৰিছে যে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অপাৰেচনেল সমস্যাৰ সময়ত যিসকল যাত্ৰীৰ ভ্ৰমণ কঠোৰভাৱে প্ৰভাৱিত হৈছিল,…

ব্যক্তিগত-নৈৰ্ব্যক্তিকত হোমেন বৰগোহাঞি

--নীলিম আকাশ কাশ্যপ ‘‘দেৱদাসে পাহৰিব পৰা নাছিল পাৰোক৷ পাৰোই পাৰিছিল জানো? দেৱদাস দুখী হৈছিল পাৰোৰ অৱৰ্তমানত? প্ৰেমিকক হেৰুৱাই পাৰো সুখী হৈছিল জানো? শিৰত পতিৰ নামৰ সেন্দূৰ লৈও কলিজাত প্ৰেমিকক ৰখাটো জানো উজু? কেনেকৈনো কম দেৱদাসতকৈ পাৰোৰ দুখচ…

গুৱাহাটীত বিবাহ ভৱনৰ বাবেই পথ, উপপথত ভয়াৱহ যান–জঁট

গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূর্ণ সমস্যা হ’ল যান–জঁট৷ মহানগৰীৰ বিভিন্ন পথ–উপপথত সৃষ্টি হোৱা যান–জঁটৰ সমস্যাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে বিবাহ ভৱনসমূহ৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দুই…