জকাইচুক পথাৰত গঁড়ৰ মুক্ত বিচৰণ : প্ৰচণ্ড খুন্দাত আহত এজন
নিয়মীয়া বাৰ্তা, ভগামুখ, ১১ ডিচেম্বৰ : আজি পুৱা খনামুখ অঞ্চলৰ জকাইচুক পথাৰৰ দীঘলীজান অঞ্চলত এটা গঁড়ে মুক্ত বিচৰণ কৰাৰ লগতে ধাননি পথাৰত এজন ব্যক্তিক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে ।
জানিব পৰা মতে, খনামুখ ভিতৰুৱাল গাঁৱৰ যুৱক দীপাংকৰ…