ৰামধেনুৰ অসমীয়া কবিতা : পাঠ আৰু পাঠকচিত্ত
ড০ দুলাল হাজৰিকা
গ্ৰন্থ একোখন পঠনযোগ্যতা(readability),পাঠ (text) আৰু ইয়ে দিয়া বোধ (understanding)ৰ সমন্বয়ত উজলি উঠে। পাঠ আৰু পাঠকচিত্তৰ ধাৰণাত যিদৰে মূল্য চেতনা আৰু শিল্প চেতনাৰ প্ৰাসংগিকতা আছে, একেদৰে এই দুয়োটা চেতনাৰ নিৰ্মিতিত চিত্তক…