জানো আহক গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সবিশেষ
আজি ১০ ডিচেম্বৰ—অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানৰ দিন। ১৯৭৯ চনৰ এই দিনটোতেই তেওঁ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামে প্ৰাণ আহুতি দিছিল। সেইদিনৰে পৰাই অসমৰ জনগণে ১০ ডিচেম্বৰৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।…