নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সুখবৰ : গুৱাহাটীৰ পৰা UAE-Dubaiলৈ পোনপটীয়া বিমান সেৱা

অসমক বিশ্বৰ সৈতে অধিক সংযোগ স্থাপনৰ নতুন দিগন্ত মুকলি হৈছে! এই সুখবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ড০ শৰ্মাই সামাজিক মাধ্যম এক্সত এক পোষ্টৰ জৰিয়তে জনালে যে এতিয়াৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ…

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ ষ্টাৰমাৰৰ, কোন হ’ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী?

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই সোমবাৰে (২২ জুন) তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা কৰে। ষ্টাৰমাৰে কয়, “মই মোৰ অতি প্ৰিয় দেশখনৰ মংগলৰ বাবেই প্ৰতিটো সিদ্ধান্ত লৈছিলোঁ, আৰু সেই কাৰণেই মই…

HPV টীকাকৰণত কামৰূপ মহানগৰৰ ঐতিহাসিক সাফল্য

কামৰূপ মহানগৰ জিলাই হিউমেন পেপিলোমাভাইৰাছ (HPV) টীকাকৰণ কাৰ্যসূচীৰ অধীনত নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে ১০০.৯ শতাংশ সফলতা অৰ্জন কৰিছে। এই উল্লেখযোগ্য সাফল্যৰে কামৰূপ মহানগৰ অসমত প্ৰথম জিলা হিচাপে লক্ষ্যভুক্ত সকলো হিতাধিকাৰীক গৰ্ভাশয়-মুখৰ…

ভয়ংকৰ খহনীয়াৰ ত্ৰাস! ফকিৰগঞ্জৰ বোচাইমাৰীত বৰলুইতৰ কালৰূপ

ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ অন্তৰ্গত বোচাইমাৰী অঞ্চলত বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে। নৈখনৰ প্ৰবল সোঁত আৰু অব্যাহত খহনীয়াৰ ফলত অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ পকীঘৰসহ বাসগৃহ নৈত জাহ যোৱাৰ উপক্ৰম হোৱা দেখা গৈছে। উপায়হীন দূৰ্ভগীয়া…

পশ্চিমবংগত বিজেপি চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট উপস্থাপন

পশ্চিমবংগত বিজেপিৰ শুভেন্দু চৰকাৰে ৰাজ্যখনত ১ লাখ খালী পদত নিযুক্তি প্ৰদানৰ ঘোষণা কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, এই পদসমূহৰ ৩৩ শতাংশ সংৰক্ষণ মহিলাসকলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে মহিলা সবলীকৰণ আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ…

বিলাসীপাৰাত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা

বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণৰ ঘটনা। বাঙালীপাৰা প্ৰথম খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা। ভুক্তভোগীগৰাকীৰ নাম গাঁওখনৰ বাসিন্দা আলেকজান বিবিৰ ছোৱালী ৰেশমীনা বেগম। বিগত ২০ দিন ধৰি নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ…

ধেমাজিত ভয়ংকৰ দুৰ্ঘটনাত নিহত ২ কৰ্মচাৰী

নিশা ধেমাজি হাঁহচৰাত দুৰ্ঘটনাগ্ৰস্ত গ্ৰেণ্ড ভিটাৰা গাড়ী। পথৰ গাড়ী গৈ সোমালগৈ পানীত। ধেমাজি SBIৰ দুজন কৰ্মচাৰী গাড়ীখন পানীত ডুব যোৱা অৱস্থাতে মৃত্যু। কৰ্মচাৰী দুজন ক্ৰমে হীৰক জ্যোতি মিলি (কেচিয়াৰ) আৰু ৰাতুল কোঁৱৰ…

ভক্ত–দর্শনার্থীৰ সমাগমেৰে উখল-মাখল কামাখ্যা মন্দিৰ

শান্ত–সমাহিত নীলাচলত এতিয়া উখল–মাখল পৰিৱেশ৷ এয়া যে দেৱী কামাখ্যাৰ সময়৷ ভক্ত–দর্শনার্থীৰ সমাগমেৰে কাইলৈৰ পৰা কেইবাদিনো ধৰি শক্তিপীঠ কামাখ্যা হৈ পৰিব দ্বিতীয় বৈকুণ্ঠপুৰী৷ আজি নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি হোৱাৰ লগে লগে…

মহিলা সাংবাদিকক ব্লেকমেইলিং : দীপক কুর্মীক কাৰাগাৰলৈ প্রেৰণ

এগৰাকী মহিলা সাংবাদিকক ব্লেকমেইলিং, প্রাণনাশৰ ভাবুকি আৰু সামাজিক মাধ্যমত চৰিত্রহননৰ বাবে এখন দৈনিক বাতৰিকাকতৰ ছাব এডিটৰ দীপক কুর্মীক দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ মহিলা সাংবাদিকগৰাকীৰ অভিযোগৰ ভিত্তিত কুর্মীক আটক কৰি জেৰা কৰাৰ পিছত ভাৰতীয়…

অসম ক্রিকেটৰ নতুন যুগৰ সূচনা : ‘অসম প্রিমিয়াৰ লীগ’ৰ ল’গ’-ট্রফী উন্মোচন মুখ্যমন্ত্রীৰ

নতুন ক্রীড়া বিপ্লৱৰ সূচনা কৰি গুৱাহাটীৰ বর্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামৰ ৯১ য়ার্ডছ ক্লাব অ’ডিটৰিয়ামত আয়োজন কৰা অনুষ্ঠানত চৰকাৰীভাৱে মুকলি কৰা হয় ৰাজ্যৰ ঘৰুৱা ক্রিকেটৰ সর্ববৃহৎ প্রতিযোগিতা ‘অসম প্রিমিয়াৰ লীগ’৷ এই ঐতিহাসিক ক্ষণত মুখ্য অতিথি…