নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা অপসাৰণৰ দাবী বিদ্ৰোহী গোটৰ

নিৰ্বাচনী বিপৰ্যয়ৰ পিছতেই একৰ পিছত এটাকৈ আঘাতৰ সন্মুখীন হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক মমতা বেনাৰ্জী। এইবাৰ দলটোৰ ভিতৰত সৃষ্টি হোৱা তীব্ৰ বিদ্ৰোহৰ মাজতে এটা গোটে মমতা বেনাৰ্জীক দলৰ অধ্যক্ষ পদৰ পৰা…

সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি ১৫ জুলাইত

সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ নহ'ল। শুনানিৰ সময়ত সন্দীপন গাৰ্গৰ পক্ষৰ অধিবক্তাই নিজৰ যুক্তি দাখিল কৰে আৰু সেই যুক্তি ন্যায়াধীশে শুনে। অৱশ্যে, চৰকাৰী পক্ষৰ যুক্তি এতিয়াও শুনা হোৱা নাই।…

ঢকুৱাখনাত মাছ ধৰিবলৈ এজন যুৱক নিখোজ

ঢকুৱাখনাখনাত মাছ ধৰিবলৈ এজন যুৱক নিখোঁজ SDRF ৰ সহযোগত আৰক্ষীয়ে চলাইছে সন্ধান এংকৰ:- ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত চাৰিকড়ীয়াৰ বৰবিল জানত যোৱানিশা উজানৰ মাছ মাৰিবলৈ গৈ তীব্ৰ সোঁতত উটি এজন যুৱক নিখোজ হোৱাৰ ঘটনাই সোণাৰি চাপৰি অঞ্চলত…

শংখধ্বনি–উৰুলিৰ মাজেৰে কামাখ্যাধামত আৰম্ভ অম্বুবাচী মহাযোগ

‘কামাখ্যা বৰদে দেৱী, নীল পর্বতবাসিনী– তম দেৱী জগতম মাতা, যোনী মুদ্রে নমঃস্তুতে৷৷’ ভক্তপ্রাণ লোকৰ শংখধ্বনি, আয়তীৰ উৰুলিৰ মাজেৰে আজিৰে পৰা দেশৰ অন্যতম শক্তিপীঠ নীলাচল পাহাৰস্থিত কামাখ্যাধামত অনুষ্ঠিত হ’ল অম্বুবাচী মহাযোগ৷ তান্ত্রিক সাধনা,…

ফিফা বিশ্বকাপ ২০২৬ত মেছিৰ যাদু অব্যাহত

ফিফা বিশ্বকাপ ২০২৬ত পুনৰ উজলি উঠিল লিঅ'নেল মেছিৰ যাদু। গ্ৰুপ পৰ্যায়ৰ খেলত অষ্ট্ৰিয়াৰ বিৰুদ্ধে ২-০ গ'লৰ জয় লাভ কৰি এখন খেল বাকী থাকোঁতেই শীৰ্ষ ৩২ৰ স্থান নিশ্চিত কৰিলে আৰ্জেণ্টিনাই। দলৰ দুয়োটা গ'লেই কৰে অধিনায়ক মেছিয়ে। উল্লেখ্য, খেলখনৰ…

সম্পাদকীয় : জাপানৰ প্রধানমন্ত্রীৰ ভ্রমণ

বিশ্বমানৰ অত্যাধুনিক প্রযুক্তিৰে বিকশিত অসমৰ বুনিয়াদ নির্মাণৰ বাবে নতুন ইতিহাস ৰচনাৰ দিশে অগ্রসৰ হৈছে অসম৷ অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈকে জাপানৰ প্রথমগৰাকী প্রধানমন্ত্রী ছানায়ে টাকাইচিৰ অসম আগমনক কেন্দ্র কৰি বিশ্বজুৰি ব্যাপক চর্চা আৰম্ভ হৈছে৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ জুন, আহাৰ মাহৰ ৮ তাৰিখ মঙলবাৰ : তিথি–শুক্লা নৱমী, নক্ষত্র : মৃগশিৰা, যাত্রা : নাই মেষ : আজি আয় উন্নতিৰ বাবে দিনটো শুভ৷ বাধা–বিঘিনিৰ মাজেৰেও লক্ষ্যত উপনীত হ’ব পাৰে৷ আকস্মিকভাৱে ধন প্রাপ্তিৰ যোগ ঘটিব পাৰে৷ অলপ অশান্তি তথা মানসিক চাপত…

খানাপাৰাত বন বিভাগৰ পৰ্যালোচনা বৈঠকত কঠোৰ বাৰ্তা মন্ত্ৰী জয়ন্ত মল্লৰ

ডিজিটেল ডেস্ক, ২২ জুন বন বিভাগৰ কাম-কাজত সততা, স্বচ্ছতা আৰু কৰ্মদক্ষতাক মূল ভিত্তি হিচাপে গঢ়ি তোলাৰ আহ্বান জনাই সোমবাৰে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিভাগটোৰ বাবে এক নতুন দৃষ্টিভংগী আগবঢ়ায়। খানাপাৰাস্থিত অসম প্ৰশাসনিক কৰ্মচাৰী…

উচ্চ ন্যায়ালয়ত ব্যৰ্থ : ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰস্থ শ্যামকানু মহন্ত

অসমৰ সংগীত জগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰত মুখ্য অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ আবেদন লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতেই তেওঁ এই আবেদন দাখিল কৰে।…

আগষ্টত নতুন দিল্লীত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতীয় বেডমিণ্টন সন্থাই অহা ১৭-২৩ আগষ্টলৈ নতুন দিল্লীত আয়োজন কৰিব লগা বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬ ৰ টিকট বিক্ৰী আজিৰে পৰা আৰম্ভ হৈছে৷ দৰ্শকে বাইৰ অফিচিয়েল টিকেটিং এজেন্সী ‘বুক মাই শ্ব’ৰ জড়িয়তে মেগা প্ৰতিযোগিতাখনৰ টিকট…