নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সুকন্যা : শীতকালীন সৌন্দর্য চর্চা

শীতকালীন সৌন্দর্য চর্চা নিয়মিতভাৱে মইশ্ব’ৰাইজ কৰকঃ শীতকালত ভাল মানৰ মইশ্ব’ৰাইজাৰৰ ব্যৱহাৰ অতি গুৰুত্বপূর্ণ৷ হাইয়ালুৰনিক এচিড, গ্লিচাৰিন, ভিটামিন ই, শ্বিয়া বাটাৰ আৰু চেৰামাইড আদি উপাদান ব্যৱহাৰ কৰক, যিয়ে ছালৰ বাধা মেৰামতি কৰাত সহায় কৰে৷…

অক্সফোৰ্ডৰ চিকিৎসা মহাবিদ্যালয়ত ফেলশ্বিপৰ বাবে নিৰ্বাচিত ৰিছা দেৱী

সংযুক্ত যুক্তৰাজ্য (United kingdom) অৰ্থাৎ ইংলেণ্ডৰ বিশ্ববিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ত “আন্তৰ্জাতিক প্ৰশিক্ষণ ফেল” (lnternational training fellow// Specialist Medical Practitioner -England) হিচাপে নিযুক্তি লাভ…

ছাকিৰাক আমন্ত্ৰণৰ প্ৰস্তুতি অসমত, মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা

গুৱাহাটী আজি বিশ্বজনীন উত্তেজনাত ভৰি পৰিছে, আৰু ইয়াৰ পিছত কেৱল খানাপাৰাত অনুষ্ঠিত হৈ যোৱা পোষ্ট মেলনৰ কনচাৰ্টৰ লগত সীমাবদ্ধ নহয়। সাংস্কৃতিক উচ্চাকাংক্ষা প্ৰদৰ্শন কৰি অসমে এটা সাহসী সিদ্ধান্ত লব গৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

ট্ৰেক্টৰৰ খুন্দাত স্কুলীয়া ছাত্ৰৰ প্ৰাণহানি, উত্তপ্ত পৰিস্থিতি

ওদালগুৰিত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনা মতে ট্ৰেক্টৰে মহটিয়ালে স্কুলীয়া ছাত্ৰক। গোলমাগাঁৱৰ সমীপৰ খাংখালাবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো। দুৰ্ঘটনাত নিহত হয় ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মনোজ চৌহান…

নিয়োগ বাৰ্তা : হিন্দুস্তান ক’পাৰ লিমিটেডত ৬৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৭ ডিচেম্বৰ হিন্দুস্তান ক’পাৰ লিমিটেডত খালী হোৱা কিছু পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা অনলাইনযোগে আবেদন বিচৰা হৈছে৷

মৰ্মন্তুদ : যমদূতৰূপী ট্ৰাকে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰসহ এগৰাকী কণমানিৰ

ঢেকীয়াজুলিৰ ধলগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত পিতা-পুত্ৰৰ লগতে এটি কণমানি ছাত্ৰীসহ মুঠতে তিনিগৰাকী লোকৰ কৰুণ মৃত্যু হৈছে ৷ ঘটনা অনুসৰি তীব্ৰবেগী ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত পিতাপুত্ৰৰ লগতে এগৰাকী কণমাণি ছাত্ৰী নিহত হয় ৷ বিদ্যালয়ৰ ছুটীৰ পিছত…

ঘন কুঁৱলীৰ বাবে চটাইত পুৱতি নিশা ভয়ানক দুৰ্ঘটনা, ঘটনাস্থলীতে দুজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, কাকজান, ৮ ডিচেম্বৰ : পূব যোৰহাটৰ চটাইত আজি পুৱতি নিশা ৩ মান বজাত এখন এল্টো বাহন দুৰ্ঘটনাত পতিত হোৱাত দুজন যুৱক নিহত হয়। নিহত যুৱকদ্বয় দীপাংকৰ শইকীয়া আৰু উদীপ্ত শইকীয়া বুলি জানিব পৰা গৈছে। এজনৰ ঘৰ নকাড়ী বামুণ গাঁৱত…

অসমত ভৰি থ’লে আমেৰিকাৰ প্ৰখ্যাত পপ তাৰকা পোষ্ট মেলনে…

ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ : অসমত ভৰি থ'লে আমেৰিকাৰ প্ৰখ্যাত পপ তাৰকা পোষ্ট মেলন। আজি বিয়লি প্ৰায় ৩:৪৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়হি পপ তাৰকা পোষ্ট মেলন। বৰঝাৰ বিমানবন্দৰত তেওঁৰ বিশেষ বিমানখনে অৱতৰণ…

তামুলপুৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু, আহত এক

তামুলপুৰৰ পঠালিকুছিত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হৈছে। লগতে এজন লোক আহত হয়। মৃত লোকজনৰ নাম প্ৰকাশ দাস (৪০) আৰু আহত লোকজনৰ নাম মৃন্ময় দাস। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থকা গছৰ ডাল কাটি থকা অৱস্থাত বিদ্যুতৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যুক…

ৰৈ ৰৈ বিনালে, কনচাৰ্ট, জুবিনৰ চাৰ্জশ্বীটক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

আজি গুৱাহাটীত অনুষ্ঠিত হ’ব আমেৰিকান পপষ্টাৰ পোষ্ট মেলনৰ বহুল প্রত্যাশিত কনচাৰ্ট। কনচাৰ্টৰ পূৰ্বেই দেওবাৰে কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বিষয় উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়েই কয়— “আমেৰিকা, ইউ…