নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰৈ ৰৈ বিনালে, কনচাৰ্ট, জুবিনৰ চাৰ্জশ্বীটক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

আজি গুৱাহাটীত অনুষ্ঠিত হ’ব আমেৰিকান পপষ্টাৰ পোষ্ট মেলনৰ বহুল প্রত্যাশিত কনচাৰ্ট। কনচাৰ্টৰ পূৰ্বেই দেওবাৰে কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বিষয় উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়েই কয়— “আমেৰিকা, ইউ…

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ, ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰীৰ মৰ্যাদা লাভ বৰমাৰ কনক বড়োৰ

নিয়মীয়া বাৰ্তা, বৰমা, ৭ ডিচেম্বৰ : ৰাজ্যৰ ক্ৰীড়া জগতলৈ এক সুখবৰ । ফুটবলৰ বাবে আগবঢ়া বিটিচিৰ ফুটবলৰ ক্ষেত্ৰখনৰ বাবে আহিল এক ভাল লগা খবৰ । বাক্সা জিলাৰ বৰমাৰ বাসিন্দা কনক বড়োৱে ২০২৫ বৰ্ষৰ AIFF ৰেফাৰী প্ৰেক্টিকেল পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ…

কেবিনেট সচিবালয়ত ২৫০টা পদত নিযুক্তিৰ প্রস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ ডিচেম্বৰ ভাৰত চৰকাৰৰ কেবিনেট সচিবালয়ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ভুল চিকিৎসাৰ বলি হৈ মৃত্যু ৰোগীৰ? চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসা কৰিবলৈ অহা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎস্যালয়খনত। মৃত্যু হোৱা ৰোগীগৰাকীৰ নাম হাজেৰা খাতুন। তেওঁৰ ঘৰ তাঁতীকটা গাঁৱত। মহিলাগৰাকী…

বলেৰো সোমাল চম্পাৱতী নৈত… নিহত এক, নিখোজ এক

যোগীঘোপাৰ বোৱালীমাৰীত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। যোগীঘোপাত নিশা ভয়ংকৰ দুৰ্ঘটনা। নিশা প্ৰায় ১২ বজাত ঘন কুঁৱলীৰ বাবে বলেৰো বাহন পৰিল চম্পাৱতী নৈত। এজন লোকৰ মৃতদেহ উদ্ধাৰ, দুজনক জীৱন্তে উদ্ধাৰ। বৰ্তমানো এজন নিখোজ। যোগীঘোপাৰ বোৱালীমাৰীত…

বাইহাটা চাৰিআলিত কিশোৰীক যৌ/ন আতিশয্য চলোৱা যুৱক জে’ললৈ

নিয়মীয়া বাৰ্তা, বাইহাটা চাৰিআলি, ৭ ডিচেম্বৰ : হিন্দু ছাত্ৰীৰে ভয়ংকৰ কাণ্ড কৰিলে ৰাহুল আমিনে। বাইহাটা চাৰিআলিত লাভ জেহাদৰ বলি হোৱা নাবালিকাগৰাকী অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিনকৰ গাঁৱৰ যুৱক ৰাহুল আমিনে…

উদ্ধতালিৰ পতন, এয়াই হ’বলগীয়া আছিল… চিঠিত আৰু কি আছে ?

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : দেশব্যাপী চলা ইণ্ডিগ’ৰ অচলাৱস্থা সন্দর্ভত সংস্থাৰ চিইঅ’ পিটাৰ এলবার্ছকে দোষাৰোপ কৰিলে এগৰাকী পাইলটে৷ ইণ্ডিগ’ৰ বিপর্যয়ৰ নেপথ্যৰ কাৰণ তুলি ধৰি এখন মুকলি চিঠি প্রকাশ কৰা হৈছে পাইলটগৰাকীৰ তৰফৰ পৰা৷ চিঠিখনত কোৱা হৈছে–…

ফিফা বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী প্ৰকাশ, জানক সবিশেষ

ফিফাই বিশ্বকাপ ফুটবলৰ সময়সূচী প্ৰকাশ কৰিলে। প্ৰথমবাৰৰ বাবে ফিফাই ৪৮টা দলক খেলোৱাৰ পৰিকল্পনা কাৰ্যতঃ ৰূপায়ণ কৰিব এইবাৰৰ বিশ্বকাপত। এই ফুটবল মহাৰণৰ সময়সূচী প্ৰকাশৰ পিছতে অনুৰাগীৰ মাজত ব্যাপক কৌতূহল দেখা গৈছে। উল্লেখ্য যে মেক্সিকো আৰু দক্ষিণ…

ঘৰুৱা ক্রিকেটত অসমৰ ব্যর্থতাৰ অৱসান কেতিয়া! উদ্বিগ্ন সচেতন ক্রিকেট সংগঠক

অসম ক্রিকেট সন্থাই শেহতীয়াভাৱে একাধাৰে বিভিন্ন আন্তর্জাতিক ক্রিকেট মেচ আয়োজন কৰিলেও ঘৰুৱা ক্রিকেটত অসমৰ ব্যর্থতাই উদ্বিগ্ন কৰি তুলিছে একাংশ সচেতন ক্রিকেট সংগঠকক৷ প্রায় এটা দশক আগলৈ অসমৰ ক্রিকেটাৰসকলে বিভিন্ন ঘৰুৱা প্রতিযোগিতাত আশানুৰূপ…

‘নিয়মীয়া বার্তা’ৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত কুমাৰ মজুমদাৰলৈ জাফা এচিভার্ছ বঁটা

‘নিয়মীয়া বার্তা’ কাকতৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত কুমাৰ মজুমদাৰলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ জাফা এচিভার্ছ বঁটা৷ ৰাজ্যৰ সংবাদকর্মীসকলৰ উমৈহতীয়া মঞ্চ জার্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম, চমুকৈ জাফাই প্রতিবছৰে এই বঁটা প্রদান কৰি আহিছে৷ জাফাৰ কেন্দ্রীয়…