অষ্ট্ৰেলিয়াৰ ইতিহাসত প্ৰথম! দ্বিতীয় বিবাহত আবদ্ধ প্ৰধানমন্ত্ৰী আলবানিছ
ৰভাথলীৰ দৰে পৰিৱেশ, আলহী-অতিথিৰে ভৰপূৰ, চাৰিওফালে সুগন্ধি ফুল। কিন্তু এইবাৰ সংবাদ মাধ্যমৰ নজৰ কেৱল এখন বিয়াৰ ওপৰত— কাৰণ এই বিয়াখনত দৰা হৈছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজ।
১২৪ বছৰীয়া ফেডাৰেল চৰকাৰৰ ইতিহাসত প্ৰথমবাৰ, এগৰাকী…