১৪ বছৰ অনূৰ্ধ্ব অসম ফুটবল দলত স্থান লাভ টিংখাঙৰ অংগদ গগৈৰ
নিয়মীয়া বাৰ্তা, টিংখাং, ২৬ নৱেম্বৰ : দুভৰিৰ যাদুৰে জগত জিনিবলৈ সাজু হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ছাত্ৰ। নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ ফলত ১৪ বছৰ অনূৰ্ধ্ব অসম ফুটবল দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অংগদ গগৈয়ে। টিংখাং ৰাজগড়ৰ ৩নং ন-ভকতীয়া…