এছ টি এফৰ অভিযানত কেকো সাপসহ দুজনক গ্ৰেপ্তাৰ
বিশেষ বাৰ্তা, নগাঁও, ৭ নৱেম্বৰ : নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত কুঠৰীৰ সমীপৰ কাৰ্বি আংলং জিলাৰ ৰংমংৱেত এছ টি এফে এক গোপন সূত্ৰৰ পম খেদি বন্যপ্ৰাণী সৰবৰাহকাৰী দলৰ বিৰুদ্ধে অভিযান চলায়।
অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে বুজন পৰিমাণৰ…