গুৱাহাটী-ত চুৰি কাণ্ড : লুটিলে বিয়াৰ বাবে সাঁচি ৰখা ধনসহ সোণৰ অলংকাৰ
গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হৈছে। জাপৰিগোগৰ বিক্ৰমপুৰৰ বাইলেন-৩ৰ এটা ভাৰাঘৰত চোৰে চলালে চাফাই অভিযান। হিতেশ কলিতা নামৰ লোকজনৰ ভাৰাঘৰত চোৰে চলালে লুটপাত।
চোৰে গড্ৰেজৰ তলা ভাঙি লুটি নিলে নগদ ধনসহ লক্ষাধিক টকাৰ সোণৰ…