নগৰবেৰা ৰাস মহোৎসৱত উপ-আৰক্ষী অধীক্ষকে তাণ্ডৱ চলোৱাৰ অভিযোগ, থানা ঘেৰাও শ শ লোকৰ
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৮ নৱেম্বৰ : কামৰূপ জিলাৰ নগৰবেৰাত শুকুৰবাৰে সন্ধিয়া নগৰবেৰা আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক লোকে। অভিযোগ মতে, নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱস্থলীত কালি সন্ধিয়া কামৰূপ জিলাৰ উপ-আৰক্ষী অধীক্ষক…