নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজি দেওবাৰ… পুণ্যভূমি জুবিনক্ষেত্ৰলৈ ঢপলিয়াই আহিল হাজাৰ হাজাৰ অনুৰাগী

পৰিৱেশ একেই ৷ কি দিন, কি ৰাতি- কোনোগুণে হ্ৰাস পোৱা নাই সোণাপুৰৰ জুবিনক্ষেত্ৰত অনুৰাগীৰ সংখ্যা ৷ প্ৰতিগৰাকী অনুৰাগীয়ে বুকুত বেদনা লৈ জুবিনক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰলৈ আহিছে ৷ প্ৰাণৰ…

ঐতিহাসিক ধোৱা পুখুৰীত মেলি দিলে নিশা ৰাজপথত উদ্ধাৰ কৰা বৰকাছ…

নাজিৰাৰ সমীপৰ চেৰেকাপাৰ বগৰীতলত যোৱানিশা ১০.১৫ বজাত ৰাজপথত উদ্ধাৰ হয় এটা বৰকাছ। জনা মতে, বিশ্বজিৎ বৰঠাকুৰসহ কেইজনমান ব্যক্তিয়ে শিৱসাগৰৰ পৰা গাড়ীত আহি থকা অৱস্থাত চেৰেকাপাৰ বগৰীতলৰ পথৰ মাজত বৰকাছটো দেখা পাই গাড়ী ৰখাই স্থানীয় আৰক্ষী…

জুবিনক্ষেত্রত আইন ভংগ কৰিলে নিজে পৰিব বিপদত, এছঅ’পি উলংঘাকাৰীক সকীয়নি মুখ্যমন্ত্রীৰ

জুবিনক্ষেত্রক লৈ চৰকাৰে জাৰি কৰা এছঅ’পিৰ বিষয়ত নিজ স্থিতিত অটল আছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অকল সেয়াই নহয়, এছঅ’পি উলংঘা কৰাসকলক মুখ্যমন্ত্রী ড০ শর্মাই সকীয়াই দিছে৷ সংবাদ মাধ্যমৰে হোৱা বার্তালাপত এই সম্পর্কত সোধা এক প্রশ্ণৰ উত্তৰ…

এছিয়া বুক অৱ ৰেকৰ্ডছ-ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সংযোজিত হ’ল মিচিং স্বায়ত্তশাসিত পৰিষদৰ

একমাত্ৰ চৰকাৰী সংস্থা হিচাপে অসমৰ অন্যতম স্বায়ত্তশাসিত পৰিষদ মিচিং স্বায়ত্তশাসিত পৰিষদে বিগত বৰ্ষত ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ সংখ্যক হেয়াৰ টেকনিচিয়ান অৰ্থাৎ চুলি কটোৱা প্ৰশিক্ষণ প্ৰদান কৰি লাভ কৰিলে এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ…

জুবিন গাৰ্গৰ বিষয়ত মাত নামাতিবলৈ পৰেশ বৰুৱাক আহ্বান অখিল গগৈৰ…

🔹 আলফাৰ সেনাধ্যক্ষৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰা মন্তব্যক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে৷ উল্লেখ্য যে শেহতীয়াভাৱে পৰেশ বৰুৱাই…

আমগুৰি ৰাজহ চক্ৰত জীৱিত গাহৰি-গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশ সমীৰণ বৰাই আমগুৰি ৰাজহ চক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰি মাংসৰে প্ৰস্তুত কৰা খাদ্য সামগ্ৰী আৰু গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰি এক নিৰ্দেশ দিছে৷ সাম্প্ৰতিক সময়ত শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অধীনস্থ…

টিঙিচকৈ উঠিল খং… ছলমান খানক সন্ত্ৰাসবাদী ঘোষণা কৰিলে পাকিস্তানে

বলীউড অভিনেতা ছলমান খানে শেহতীয়াকৈ ছৌদি আৰবত এটা শ্ব’ৰ সময়ত বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক দেশ বুলি অভিহিত কৰিছিল, যাৰ বাবে এতিয়া ছলমান খানৰ বিৰুদ্ধে চুবুৰীয়া পাকিস্তান খঙত জ্বলি উঠিছে। পাকিস্তানৰ ক্ষোভ এই পৰ্যায় পায় যে শ্বাহবাজ চৰকাৰে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ অক্টোবৰ, কাতি মাহৰ ৮ তাৰিখ দেওবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : শুভ মেষ : কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম৷ আশা কৰা মতে কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷ বৃষ…

সমালোচনাৰ প্ৰত্যুত্তৰ : ছিডনীত ৰোহিত-কোহলিৰ বেটৰ যাদু

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন খেল হৰাৰ পিছত টীম ইণ্ডিয়াই ৰোহিত আৰু কোহলিৰ দৃঢ় বেটিঙেৰে চিৰস্মৰণীয় কামবেক কৰিলে। ৰোহিতে অপৰাজিত ১২১ ৰান আৰু কোহলিয়ে অপৰাজিত ৭৪ ৰান কৰি ভাৰতক ৯ উইকেটত জয়ী কৰালে। উল্লেখ্য যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ আগতে দুয়ো…

অনচুনী চিখেৰ বাবে ড° পার্থসাৰথি মহন্তক জুৰীৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

লেখক, কবি, সাহিত্যিক, পৰিচালক আই পি এছ বিষয়া ড° পার্থসাৰথি মহন্তৰ "অনচুনী চিখে" চুটি ছবিখনে পুনৰ খ্যাতি অর্জন কৰিছে। গোৱালিয়ৰত অনুষ্ঠিত ষষ্ঠদশ চম্বল আন্তর্জাতিক চলচ্চিত্র মহোৎসব, ২০২৫ ত "অনচুনী চিখে" চুটি ছবিখনৰ বাবে ড° পার্থসাৰথি মহন্তই…