নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰাক লৈ প্ৰতিক্ৰিয়া অসমীয়া যুৱমঞ্চৰ

সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ এচামে উশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱমঞ্চৰ সভাপতি যাদৱ গগৈয়ে৷ তেওঁ কয় যে জুবিন দাৰ সমাধি ক্ষেত্ৰত আজি আমি উদ্ভণ্ডালি হোৱা দেখিবলৈ পাইছো৷ কোনোবই মদ খাই মায়াবিনী…

টাৰ্বাইন ঘূৰিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ! গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ…

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত শুকুৰবাৰে এন এইচ পি চিৰ চিএমডি ভূপিন্দৰ গুপ্তাৰ পৰিদর্শন কালত প্রকল্পটোৰ এক নম্বৰ টাৰ্বাইনটো ঘূৰাই প্রাৰম্ভিক পৰীক্ষা কৰাৰ পিছতে এনএইচপিচিৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্রতিবাদ। এন এইচ পি চিৰ বিশেষ সূত্রৰ পৰা…

লখিমপুৰৰ বিশ্ব টকিজৰ সিদ্ধান্ত, জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ৰ লাভাংশ দিব গৰিমা শইকীয়া গাৰ্গক

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণত সকলোৱে মৰ্মাহত হৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ন্যায়ৰ দাবী জনাই আহিছে। এনে সময়তে জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' ছবিখন মুক্তি লাভৰ দিশে আগবাঢ়িছে। অহা ৩১ অক্টোবৰত চিনেমাখনে মুক্তি লাভ…

‘ৰৈ ৰৈ বিনালে’… মুক্তিৰ পূৰ্বেই অভিলেখ

মুক্তিৰ পূৰ্বেই প্ৰায় কেইবাদিনলৈ অনলাইনত টিকট শেষ— অসমীয়া চিনেমাৰ ইতিহাসত অনন্য মাইলষ্টোন স্পৰ্শ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ। গায়ক, সংগীতকাৰ, অভিনেতা আৰু নিৰ্মাতা হিচাপে তেওঁৰ অন্তিমখন চলচ্চিত্ৰ বুক মাই শ্ব’ত…

অক্টোবৰতেই ধুবুৰীত অস্বাভাৱিকভাৱে কমিছে বৰলুইতৰ জলস্তৰ…

এক কালজয়ী গীতেৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই অসম আৰু অসমীয়াৰ আয়ুস ৰেখাৰূপে অভিহিত কৰা বৰলুইতৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে শংকাৰ। বিগত কিছু বছৰৰ পৰা জানুৱাৰী/ফেব্ৰুৱাৰী মাহত ধুবুৰীত নৈখনৰ জলস্তৰ অস্বাভাৱিকভাৱে কমিবলৈ লৈছিল যদিও এইবাৰ অক্টোবৰ…

টীম ইণ্ডিয়াই এতিয়াও লাভ কৰা নাই এছিয়া কাপৰ চেম্পিয়ন ট্রফী…

ডুবাইত ২৮ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল এছিয়া কাপৰ ফাইনেল৷ খিতাপ যুঁজৰ মেচখন সমাপ্ত হোৱাৰ এমাহ হ’বলৈ হ’ল৷ কিন্তু প্রতিযোগিতাখনৰ ট্রফীক লৈ চলিয়েই আছে নাটক৷ এইবাৰ নাটকখনে নতুন ৰূপ লৈছে৷ জানিব পৰা মতে, এছিয়ান ক্রিকেট…

হাতৰ তলুৱাত ‘টোকা’ লিখি চৰম পথ মহাৰাষ্ট্রৰ চিকিৎসকৰ…

তিনিগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা যৌন নির্যাতনৰ বলি হৈ চৰম পথ বাছি লয় মহাৰাষ্ট্রৰ এগৰাকী চিকিৎসকে৷ পৰহি নিশা হাতৰ তলুৱাত ‘টোকা’ লিখি যুৱতী চিকিৎসকগৰাকীয়ে চৰম পন্থা হাতত লয়৷ এই ঘটনাই মহাৰাষ্ট্রৰ ৰাজধানীত উত্তেজনাৰ সৃষ্টি কৰিছে৷ মৃত্যুৰ পূর্বে…

কোকৰাঝাৰৰ আই ই ডি বিস্ফোৰণ, নাদাংগুৰি পাহাৰত আৰক্ষীৰে গুলীয়াগুলীত মাওবাদী নিহত

কোকৰাঝাৰত আৰক্ষী আৰু মাওবাদীৰ প্ৰচণ্ড গুলীয়াগুলীত এজন মাওবাদী নিহত হয়। কোকৰাঝাৰৰ ৰে'লপথত আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত উগ্ৰপন্থীৰ সন্ধানত নাদাংগুৰিত আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত ছালাকাটিৰ নাদাংগুৰি পাহাৰত গুলীয়াগুলী চলে। আৰক্ষীৰ…

বাৰুদৰ গোন্ধ আৰু নিবিচাৰোঁ

প্রাণৰ শিল্পী জুবিন গার্গৰ ৰহস্যময় মৃত্যুৰ বেদনাত ৰাজ্যবাসী কাতৰ হৈ থকাৰ সময়তে এসপ্তাহৰ ব্যৱধানত দুটা কূটাঘাতে ৰাজ্যখনক জোকাৰি গৈছে৷ উজনি অসমৰ কাকপথাৰত অৱস্থিত সেনা শিবিৰত বিদ্রোহী সংগঠন আলফা (স্বাধীন)–এ অতর্কিতে আক্রমণ চলাই শিবিৰটোৰ বিস্তৰ…

জুবিনৰ সৰলতাৰ সুযোগ লৈ অবাধে ধন গোটাইছিল মেনেজাৰে…

জীৱনৰ অধিকাংশ সময়েই কষ্টোপার্জিত উপার্জন জনকল্যাণৰ হকে ব্যয় কৰা গণশিল্পী জুবিন গার্গৰ সৰলতাক একাংশই সুযোগ হিচাপে গ্রহণ কৰিছিল৷ সুবিধাবাদী এই ভণ্ড মুখাপিন্ধা ভদ্রলোকসকলৰ মাজৰ অন্যতম আছিল মেনেজাৰ সিদ্ধার্থ শর্মা৷ ছিংগাপুৰত শিল্পীগৰাকীয়ে…