১০ দিনৰ ভিতৰত ছিংগাপুৰৰ CCTV ফুটেজ SITৰ হাতলৈ…
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পিছত তদন্ত চলাই থকা এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু IPS তৰুণ গোৱেলৰ দ্বাৰা গঠিত দুজনীয়া দল এটা ২০ অক্টোবৰত সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা হৈছিল। এই…