জুবিন গাৰ্গৰ বিয়োগ আৰু আখ্যান যুদ্ধ : অপতথ্যৰ প্ৰদৰ্শনীলৈ পৰ্যবসিত এটা ট্ৰেজেডী
জুবিন গাৰ্গৰ বিয়োগ আৰু আখ্যান যুদ্ধ : অপতথ্যৰ প্ৰদৰ্শণীলৈ পৰ্যবসিত এটা ট্ৰেজেডী
ড০ জয়ন্ত বিশ্ব শৰ্মা
ছিংগাপুৰৰ পৰা যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহিছিল, ৰাজ্যজুৰি অবিশ্বাসৰ ঢৌ উঠিছিল। জুবিন গাৰ্গৰ মৃত্যু অগনন লোকৰ বাবে ব্যক্তিগত…