এডিলেইডত বিৰল ৰেকৰ্ডৰ অধিকাৰী হিটমেন
ৰোহিত শর্মাই এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা দ্বিতীয় এদিনীয়াত ৭৩ ৰানৰ গুৰুত্বপূর্ণ ইনিংছ খেলিলে। ৰোহিত শর্মাই ৯৭ বলত ৭৩ ৰান কৰি ৭৫.২৬ৰ ষ্ট্ৰাইক ৰেটত খেলিছিল। এই ইনিংছত তেওঁ ২ ছিক্সাৰ আৰু ৭ চাৰি মাৰিলে। লগতে এই ইনিংছত ৰোহিতে ৩টা…